প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২৮ জানুৱাৰী তাৰিখে কাৰিপ্পা গ্ৰাউণ্ডত এনচিচি সমদলক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 27 JAN 2021 4:34PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ জানুৱাৰী ২০২১ তাৰিখে দিল্লীৰ কাৰিপ্পা গ্ৰাউণ্ডত নেচনেল কেডেট কৰ্পছৰ সমদলক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব৷ এই অনুষ্ঠানত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী, প্ৰতিৰক্ষাবাহিনীৰ মুৰব্বী আৰু তিনিওটা সশস্ত্ৰবাহিনীৰ মুৰব্বীসকলো উপস্থিত থাকিব৷

প্ৰধানমন্ত্ৰীয়ে গাৰ্ড অব্ অনাৰ পৰিদৰ্শন কৰিব৷ লগতে তেওঁ এনচিচিৰ সদস্যসকলৰ মাৰ্চ পাষ্টৰ অভিবাদন গ্ৰহণ কৰাৰ লগতে সাংস্কৃতিক অনুষ্ঠানতো উপস্থিত থাকিব৷

 

*****

 

DS/SH/MANN


(रिलीज़ आईडी: 1692860) आगंतुक पटल : 227
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam