স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতৰ চিকিৎসাধীন ৰোগীৰ সংখ্যা ১.৮৫লাখলৈ নিম্নগামী হৈছে

২৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ৫,০০০তকৈ কম ৰোগী চিকিৎসাধীন হৈ আছে

২৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত আৰোগ্য হাৰ ৰাষ্ট্ৰীয় গড় হাৰতকৈ অধিক

প্ৰায় ১৪ লাখ হিতাধিকাৰীয়ে ক’ভিড-১৯ টিকাকৰণ লাভ কৰিছে

Posted On: 23 JAN 2021 11:33AM by PIB Guwahati

ভাৰতৰ চিকিসাধীন ৰোগীৰ সংখ্যা আজি ১,৮৫,৬৬২ জনলৈ হ্ৰাস পাইছে৷ বৰ্তমান ভাৰতত মুঠ আক্ৰান্ত ৰোগীৰ ১.৭৪%হে চিকিসাধীন হৈ আছে৷

WhatsApp Image 2021-01-23 at 10.10.01 AM.jpeg

বিগত ২৪ ঘণ্টাত দেশত ১৪,২৫৬জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে ১৭,১৩০জন ৰোগী আৰোগ্য হৈছে৷ কালিৰ দিনটোতে ৩,০২৬গৰাকী ৰোগী হ্ৰাসপাইছে৷

২৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ৫,০০০তকৈ কম ৰোগী চিকিসাধীন হৈ আছে৷

WhatsApp Image 2021-01-23 at 10.29.56 AM.jpeg

মুঠ আৰোগ্য ৰোগীৰ সংখ্যা ১,০৩,০০,৮৩৮জনলৈ বৃদ্ধি পাইছে৷ নতুন আক্ৰান্ত আৰু আৰোগ্য ৰোগীৰ মাজৰ বৰ্ধিত ব্যৱধানে আৰোগ্যৰ হাৰ ৯৬.৮২%লৈ উন্নীত হৈছে৷

নতুন আক্ৰান্ত আৰু আৰোগ্য ৰোগীৰ মাজৰ ব্যৱধান আজি ১,০১,১৫,১৭৬জনলৈ বৃদ্ধি পাইছে৷

WhatsApp Image 2021-01-23 at 10.26.48 AM.jpeg

২৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত আৰোগ্য হাৰ ৰাষ্ট্ৰীয় গড় হাৰতকৈ অধিক হৈছে৷

WhatsApp Image 2021-01-23 at 10.37.39 AM.jpeg

 

ক্ৰমিক নং

ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চল

প্ৰতিষেধক লোৱা হিতাধিকাৰীৰ সংখ্যা

আন্দামান আৰু নিকোবৰ

,৪৬৬

অন্ধ্ৰপ্ৰদেশ

,৩৩,২৯৮

অৰুণাচল প্ৰদেশ

,৯৫৬

অসম

১৩,৮৮১

বিহাৰ

৬৩,৬২০

চণ্ডীগড়

,১৫৭

ত্তীশগড়

২২,২৫৯

দাদৰা আৰু নগৰ হাভেলী

২৬২

দমন আৰু দিউ

৯৪

১০

দিল্লী

১৮,৮৪৪

১১

গোৱা

৯৪৬

১২

গুজৰাট

৪৬,১৫০

১৩

হাৰিয়ানা

৬২,১৪২

১৪

হিমাচল প্ৰদেশ

,৬০৯

১৫

জম্মু আৰু কাশ্মীৰ

,৮২৭

১৬

ঝাৰখণ্ড

১৪,৮০৬

১৭

কৰ্ণাটক

,৮৪,৬৯৯

১৮

কেৰালা

৪৭,২৯৩

১৯

লাডাখ

৪০১

২০

লাক্ষাদ্বীপ

৫৫২

২১

মধ্যপ্ৰদেশ

৩৮,২৭৮

২২

মহাৰাষ্ট্ৰ

৭৪,৯৬০

২৩

মণিপুৰ

,৯২৩

২৪

মেঘালয়

,০৭৮

২৫

মিজোৰাম

,৬৫৭

২৬

নাগালেণ্ড

,৪৪৩

২৭

ওড়িশা

,৩০,০০৭

২৮

পুডুচেৰী

,০৯৭

২৯

পাঞ্জাৱ

২১,৩৪০

৩০

ৰাজস্থান

৪৩,৯৪৭

৩১

ছিক্কিম

৯৬০

৩২

তামিলনাডু

৫১,৬৫১

৩৩

তেলেংগাণা

,১০,০৩১

৩৪

ত্ৰিপুৰা

১৪,২৫২

৩৫

উত্তৰপ্ৰদেশ

,২৩,৭৬১

৩৬

উত্তৰাখণ্ড

১০,৫১৪

৩৭

পশ্চিমবংগ

৮৪,৫০৫

৩৮

ন্যান্য

৩৬,৯২৬

মুঠ

১৩,৯০,৫৯২

 

আৰোগ্য ৰোগীৰ ৮৪.৩০%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

ইয়াৰে কেৰালাৰ সৰ্বাধিক ৬,১০৮জনৰ বিপৰীতে মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকত ক্ৰমে ৩,৪১৯ আৰু ৮৯০জন ৰোগী আৰোগ্য হৈছে৷

WhatsApp Image 2021-01-23 at 10.01.01 AM.jpeg

ইফালে, নতুন আক্ৰান্তৰ ৭৯.৯৯% ৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

ইয়াৰে কেৰালাত সৰ্বাধিক ৬,৭৫৫ আৰু মহাৰাষ্ট্ৰত ২,৭৭৯জন আৰু তামিলনাডু ৫৭৪জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷

WhatsApp Image 2021-01-23 at 9.54.18 AM.jpeg

বিগত ২৪ ঘণ্টাত ১৫২জন ৰোগীৰ মৃত্যু হৈছে৷

এই ক’ভিড ৰোগীৰ ৭৫.৬৬% ৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

WhatsApp Image 2021-01-23 at 9.57.59 AM.jpeg

****

MV/SJ/DB



(Release ID: 1691633) Visitor Counter : 89