প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

১৮ জানুৱাৰী তাৰিখে আহমেদাবাদৰ মেট্ৰ’ ৰে’ল প্ৰকল্প পৰ্যায়-২ আৰু ছুৰাট মেট্ৰ’ ৰে’ল প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠান সম্পন্ন কৰিব প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 16 JAN 2021 8:22PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৮ জানুৱাৰী তাৰিখে পুৱা ১০.৩০ বজাত ভিডিঅ’ কনফাৰেন্সযোগে আহমেদাবাদৰ মেট্ৰ’ ৰে’ল প্ৰকল্প পৰ্যায়-২ আৰু ছুৰাট মেট্ৰ’ ৰে’ল প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানত উপস্থিত থাকিব৷ এই অনুষ্ঠানত গুজৰাটৰ ৰাজ্যপাল, কেন্দ্ৰীয় গৃহমন্ত্ৰী, গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহ নিৰ্মাণ তথা নগৰ পৰিক্ৰমা মন্ত্ৰীও উপস্থিত থাকিব৷ এই মেট্ৰ’ প্ৰকল্পই চহৰ দুখনলৈ পৰিবেশ অনুকূল ‘‘মাছ ৰেপিড ট্ৰেনজিট ছিষ্টেম’’ৰ সুবিধা প্ৰদান কৰিব৷

 

 

*****

 

DS /AKJ/MANN


(रिलीज़ आईडी: 1691096) आगंतुक पटल : 222
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam