প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

২২ জানুৱাৰীত বাৰাণসীৰ ক’ভিড টিকাকৰণ কৰা হিতাধিকাৰী আৰু ভেকচিনেটৰসকলৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 21 JAN 2021 4:20PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ জানুৱাৰী, ২০২১ৰ দুপৰীয়া .১৫ বজাত ভিডিঅকনফাৰেন্সিংযোগে বাৰাণসীৰ ভিড টিকাকৰণ কৰা হিতাধিকাৰী আৰু ভেকচিনেটৰসকলৰ সৈতে মত বিনিময় কৰিব৷ অংশগ্ৰহণকাৰীসকলে টিকাকৰণৰ সন্দৰ্ভত তেওঁলোকৰ অভিজ্ঞতা পোনপটীয়াকৈ শ্বেয়াৰ কৰিব৷

বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ অভিযান সুন্দৰভাৱে সম্পন্ন কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ সৈতে বিজ্ঞানী, ৰাজনৈতিক নেতা, বিষয়া-বৰ্গ আৰু অংশীদাৰসকলৰ সৈতে হৈ অহা ধাৰাবাহিক আলোচনাৰ লগত সংগতি ৰাখি এই মত বিনিময় কাৰ্যসূচী হাতত লোৱা হৈছে৷

***

 

DS/AKJ/AK/DB


(रिलीज़ आईडी: 1690912) आगंतुक पटल : 127
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam