প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মণিপুৰৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
21 JAN 2021 8:58AM by PIB Guwahati
মণিপুৰৰ প্ৰতিষ্ঠা দিৱসত ৰাজ্যবাসীক শুভেচ্ছা জনাইছে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে।
এক টুইটযোগে প্রধানমন্ত্রীয়ে কয়, ‘প্ৰতিষ্ঠা দিৱসত মণিপুৰবাসীক শুভেচ্ছা জনাইছোঁ। ৰাষ্ট্ৰৰ বিকাশত মণিপুৰৰ অৱদানৰ বাবে ভাৰত গৌৰৱান্বিত। মণিপুৰ হৈছে উদ্ভাৱন আৰু ক্ৰীড়া প্ৰতিভাৰ এক কেন্দ্ৰস্থল। মই ৰাজ্যখনক ইয়াৰ প্ৰগতিৰ পথত যাত্ৰাৰ বাবে আন্তৰিক শুভকামনা জনাইছোঁ।’
*******
DS/KG
(ৰিলিজ আই ডি : 1690844)
অতিথি কক্ষ : 103
ত এই ৰিলিজটো পঢ়ক:
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam