প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰী ডি প্ৰকাশ ৰাওৰ বিয়োগত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
13 JAN 2021 6:18PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী ডি প্ৰকাশ ৰাওৰ বিয়োগত শোক প্ৰকাশ কৰিছে।
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়, ‘ডি প্ৰকাশ ৰাওৰ বিয়োগত শোকাহত হৈছোঁ। তেওঁৰ অনবদ্য কৰ্মই মানুহক অনুপ্ৰাণিত কৰিব। শিক্ষাই যে সবলীকৰণৰ এক প্ৰধান উত্স সেয়া তেওঁ সঠিকভাৱে উপলব্ধি কৰিছিল। কেইবাবছৰ পূৰ্বে কটকত তেওঁৰ সৈতে মোৰ সাক্ষাত্ হৈছিল। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি মই সমবেদনা জনাইছোঁ। ওঁম শান্তি।’
*******************************************************
DS/VJ/KG
(रिलीज़ आईडी: 1688463)
आगंतुक पटल : 113
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam