প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

৭ জানুৱাৰীত ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট কৰিডৰৰ নিউ ৰেৱাৰী-নিউ মাদাৰ শাখাক ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰীয়ে ইলেক্ট্ৰিক ইঞ্জিন চালিত ১.৫ কিলোমিটাৰ দীঘল বিশ্বৰ প্ৰথম দুমহলীয়া মালগাড়ীৰো যাত্ৰা শুভাৰম্ভ কৰিব

प्रविष्टि तिथि: 05 JAN 2021 3:51PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে জানুৱাৰীৰ পুৱা ১১বজাত ভিডি কনফাৰেন্সে জৰিয়তে ৰাষ্ট্ৰৰ উদ্দেশ্যে ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্রেইট কৰিৰ(ডব্লিউডিএফচি)৩০৬ কিলোমিটার্ঘ নিউ ৰেৱাৰী-নিউ মাদা শাখা উৎসর্গৰিবপ্রধানমন্ত্রীয়ে উক্ত অনুষ্ঠান নিউ আটেলি-নিউ কিষাণগড় মাজত.কিলোমিটার্ঘ বৈদ্যুতিক ইঞ্জিন চালিত দুমহলীয়া মালগাড়ীখনৰ যাত্রা শুভাৰম্ভ কৰিবএই অনুষ্ঠান ৰাজস্থান আৰু াৰিয়ানা ৰাজ্যপাল আৰু মুখ্যমন্ত্রী তথা কেন্দ্রীয় মন্ত্রী শ্রী পীয়ুষ গোৱেল উপস্থিত থাকি

 

ডব্লিউডিএফচিৰ নিউ ৰেৱাৰী-নিউ মাদা শাখা

 

ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্রেইট কৰিৰৰ নিউ ৰেৱাৰী-নিউ মাদা শাখা শাখা প্ৰায় ৭৯ কিলোমিটাাৰিয়ানা মহেন্দ্রগড় আৰু ৰেৱাৰীিলা ভিতৰত অৱস্থিতবাক ২২৭ কিলোমিটা ৰাজস্থানের জয়পু, আজমেৰ, ছিকা, নাগৌ আৰু আলৱাৰিলা ভিতৰতৰিছে। এই শাখা ৯ট নতুন ডিএফচি ষ্টেচনিৰ্মাণৰাছে। ইয়াৰ ভিতৰত নিউ ডাবলা, নিউ ভাগেগা, নিউ শ্রীমাধোপু, নিউ পাচা মালিকপু, নিউ ছাকুন আৰু নিউ কিষাণগড় ষ্টেচসমূহ ক্রছিং ষ্টেচবাকটা ষ্টেচ-নিউ ৰেৱাৰী, নিউ টেলি আৰু নিউ ফুলেৰা জংষ্টেচ

 

এই শাখাটো ৰেল চলাচলৰ বাবেেতিয়া মুকলি কৰি দিয়া , তেতিয়া ৰাজস্থান আৰুাৰিয়ানা ৰেৱাৰী-মানেচাৰ, নানৌল, ফুলেৰা আৰু কিষাণগড় বিভিন্ন উদ্যোগ উপকৃত হইয়াৰ ফলত কাঠুৱাত কংনকৰৰণ্টেনা ডিপো আৰু অধিক সদব্যহা হব। এই শাখাটোৱে গুজৰা কান্দলা, পিপাভাৱ, মুন্ধ্ৰা আৰু দহেজ সৈতে আৰু ভালদৰে যোগাযোগ গঢ়ি তুলি

 

এই শাখা উদ্বোধন ফল ডব্লিউডিএফচি আৰু ইডিএফচিৰ মাজত বাধাহীনভাৱে যোগাযোগ গঢ়ি উঠিপ্রধানমন্ত্রীয়ে ২৯ ডিচেম্বৰ, ২০২০ত ইডিএফচিৰ ৩৫১ কিলোমিটার্ঘ নিউ ভাউপু-নিউ খুজা শাখা ৰাষ্ট্ৰৰ উদ্দেশ্যে উৎসর্গৰিছিল

 

দুমহলীয়া মালগাড়ীৰ চলাচল

 

দুমহলীয়া মালগাড়ীৰ ২৫ টনৰ বৰ্ধিত বহন ক্ষমতা বহন থাকিবডিএছঅ’ৰ ৱেগন শাখা ডিএফচিচিআইএল বাবেয়া ডিজাইনৰিছে। বিএলচিএছ-এ আৰু বিএলচিএছ-বি ৱেগন প্ৰটোটাইপৰ পৰীক্ষণ ৰান সম্পূৰ্ণ হৈছে এই ডিজাইনে ক্ষমতা ব্যৱহাৰ বৃদ্ধি কৰাৰ লগতে ইউনিফৰ্ম বিতৰণ আৰু লোডিং পইণ্ট কৰিব। বর্তমান ভাতীয় ৰেিসমূহ মালগাড় ব্যবহাৰা হয় ডব্লিউডিএফচি তাতকৈ ৪ গুণ ক্ষমতা সম্পন্ন দুমহলীয়া মালগাড়ীৰ বাবে এই ৱেগনসমূহ ব্যহাৰা

 

ডিএফচিচিআইএল-এ ভাতীয় ৰে'লৱে ট্ৰেকত বর্তমানৰ সৰ্বাধিক ঘন্টা ৭৫ কিলোমিটা গতিবেগৰ বিপৰীতে ঘন্টাত ১০০ কিলোমিটা গতিবেগ মালগাড়লাব।  আনহাতে ভাৰতীয় ৰে'ললাইনত বৰ্তমানৰ ২৬ কিলোমিটাৰ ঘণ্টাৰ গতিবেগৰ পৰা ডিএফচিত ঘণ্টাত ৭০ কি.মি.লৈ মালগাড়ীৰ গড় গতিও বৃদ্ধি হ'ব।

 

********

DS/AKJ/KG


(रिलीज़ आईडी: 1686457) आगंतुक पटल : 297
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam