প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

বৰদিন উপলক্ষে দেশবাসীলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

পোষ্ট কৰা হৈছে: 25 DEC 2020 9:59AM by PIB Guwahati

বৰদিন উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীলৈ শুভ-কামনা জ্ঞাপন কৰিছে।

এই সন্দৰ্ভত প্ৰকাশ কৰা এক বাৰ্তাত প্ৰধানমন্ত্ৰী কয়, মেৰী খ্ৰীষ্টমাছ! প্ৰভূ খ্ৰীষ্টৰ জীৱন আৰু আদৰ্শই সমগ্ৰ পৃথিৱীৰ লক্ষ লক্ষজনক অনুপ্ৰাণিত কৰি আহিছে। তেওঁ দেখুৱাই যোৱা মাৰ্গে এখন নীতিনিষ্ঠ আৰু মৈত্ৰীপূৰ্ণ সমাজ গঠনৰ পথ প্ৰদৰ্শন কৰি যাওক। সকোলোৱে আনন্দ অৰু সুস্বাস্থ্যৰে জীৱন অতিবাহিত কৰক

***

DS/VJ/KB


(ৰিলিজ আই ডি : 1684609) অতিথি কক্ষ : 164