স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ভাৰতত সুস্পষ্টভাৱে কৰোনাত আক্ৰান্তৰ সংখ্যা ৩.০৫ লাখলৈ হ্ৰাস

দেশত বিগত ২১ দিনত দৈনিক কৰোনাত আক্ৰান্তৰ সংখ্যা ৪০,০০০ৰো কম

দেশত ১০খন ৰাজ্যত কেন্দ্ৰশাসিত অঞ্চলত সুস্পষ্টভাৱে কৰোনাত আক্ৰান্তৰ হৈছে ৬৬ শতাংশ

Posted On: 20 DEC 2020 11:28AM by PIB Guwahati

ভাৰত সুস্পষ্ট ভাৱে কৰোনাত আক্ৰান্তৰ হাৰত ধাৰাবাহিকভাৱে নিম্ন মুখী প্ৰৱণতা অব্যাহত আছে।আজি আক্ৰান্তৰ সংখ্যা আৰু হ্ৰাসহৈ ৩ লাখ ৫ হাজাৰ হৈছে।

 

আক্ৰান্তৰ সংখ্যা ধাৰাবাহিক ভাৱে কম হোৱাৰ কাৰণে দৈনিক ভিত্তিত সুস্থতাৰ সংখ্যা বৃদ্ধি পাইছে আৰু মৃত্যু হাৰ হ্ৰাস পাইছে।

ভাৰতত বৰ্তমানে মুঠ আক্ৰান্তৰ কেৱল ৩.০৪ শতাংশই সুস্পষ্টভাৱে কৰোনাত আক্ৰান্ত। দেশত বিগত ২৪ ঘন্টাত আৰু ২৯ হাজাৰ ৬৯০ জন লোকে আৰোগ্য লাভ কৰাত সুস্পষ্টভাৱে কৰোনায় আক্ৰান্তৰ সংখ্যা ৩ হাজাৰ ৪০৭ লৈ হ্ৰাস পাইছে।

WhatsApp Image 2020-12-20 at 10.39.57 AM.jpeg

দেশত সুস্পষ্টভাৱে কৰোনাত আক্ৰান্তৰ ৬৬ শতাংশই ১০ খন ৰাজ্যত কেন্দ্ৰশাসিত অঞ্চলৰ পৰা।

WhatsApp Image 2020-12-20 at 10.42.54 AM.jpeg

দৈনিক ভিত্তিত আক্ৰান্তৰ সংখ্যা বিগত ২৪ ঘন্টাত ২৬ হাজাৰ ৬২৪ গৰাকী হৈছে। দেশত বিগত ২১ দিন ধৰি দৈনিক আক্ৰান্তৰ সংখ্যা ৪০ হাজাৰতকৈ কম হৈছে।

WhatsApp Image 2020-12-20 at 10.35.45 AM.jpeg

দেশত সুস্থতাৰ সংখ্যা আৰু বৃদ্ধি পাই হৈছে ৯৫ লাখ ৮০ হাজাৰ ৪০২ জন।

একেদৰে সুস্থতাৰ সংখ্যা আক্ৰান্তৰ সংখ্যাক নিম্নমুখী কৰিছে। দেশত আজি সুস্থতাৰ হাৰ বৃদ্ধি পাই হৈছে ৯৫.৫১ শতাংশ।

বিগত ২৪ ঘন্টাত ১০ খন ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলত ৭৪.৬৮ শতাংশ ৰোগীয়ে আৰোগ্য লাভ কৰিছে।

WhatsApp Image 2020-12-20 at 10.35.43 AM.jpeg

কেৰালাত এদিনতে সৰ্বাধিক ৪ হাজাৰ ৭৪৯ জন লোক সুস্থ হৈছে।

WhatsApp Image 2020-12-20 at 10.35.37 AM.jpeg

মহাৰাষ্ট্ৰত আৰোগ্য লাভ কৰিছে ৩ হাজাৰ ১১৯ জন লোকে, আৰু পশ্চিম বঙ্গত সুস্থ হৈছে ২ হাজাৰ ৭১৭ জনলোক। দেশত নতুনকৈ আক্ৰান্তৰ ৭৬.৬২ শতাংশই ১০ খন ৰাজ্য তথা কেন্দ্ৰশাসিত অঞ্চলৰ লোক। কেৰালাত বিগত ২৪ ঘন্টাত সৰ্বাধিক ৬ হাজাৰ ২৯৩ জন লোক আক্ৰান্ত হৈছে।মহাৰাষ্ট্ৰত আক্ৰান্ত হৈছে ৩ হাজাৰ ৯৪০ জন লোক।

WhatsApp Image 2020-12-20 at 10.35.41 AM.jpeg

দেশত বিগত ২৪ ঘন্টাত কৰোনা জনিত কাৰণত ৩৪১ জনৰ মৃত্যু হৈছে। ইয়াৰ মাজতে ৮১.২৩ শতাংশই মৃত্যুমুখত পৰিছে ১০ খন ৰাজ্য তথা কেন্দ্ৰশাসিত অঞ্চলৰ পৰা।মহাৰাষ্ট্ৰৰ পৰা বিগত ২৪ ঘন্টাত সৰ্বাধিক ৭৪ জনৰ মৃত্যু হৈছে। পশ্চিম বঙ্গতেই মৃত্যু হৈছে ৪৩ জন লোকৰ, আৰু দিল্লীত মৃত্যু হৈছে ৩২ জন লোকৰ।

 

****

MV/SJ



(Release ID: 1682335) Visitor Counter : 108