প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গোৱা মুক্তি দিৱসত ৰাজ্যখনৰ জনসাধাৰণক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
प्रविष्टि तिथि:
19 DEC 2020 9:02AM by PIB Guwahati
গোৱা মুক্তি দিৱসত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "গোৱা মুক্তি দিৱসৰ বিশেষ উপলক্ষত, গোৱাৰ মোৰ ভগ্নী আৰু ভাতৃসকলৰ প্ৰতি শুভেচ্ছা আৰু শুভ কামনা জনাইছো। গোৱাক মুক্ত কৰিবলৈ কঠোৰ শ্ৰম কৰা নিৰ্ভীকসকলক গৌৰৱেৰে স্মৰণ কৰিছো। আগন্তুক বছৰসমূহত ৰাজ্যখনৰ অবিৰাম প্ৰগতিৰ অৰ্থে প্ৰাৰ্থনা কৰিলো।"
***
DS/SH/SB
(रिलीज़ आईडी: 1682130)
आगंतुक पटल : 258
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam