প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শ্ৰী ৰোদ্দম নৰসিমহাৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোকপ্ৰকাশ

পোষ্ট কৰা হৈছে: 15 DEC 2020 9:55AM by PIB Guwahati

শ্ৰী ৰোদ্দম নৰসিমহাৰমৃত্যুত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে।

আজি এক টুইট বাৰ্তা প্ৰধানমন্ত্ৰীয়েকয়, “ শ্ৰী ৰোদ্দম নৰসিমহা ভাৰতৰ জ্ঞানচৰ্চা আৰু অনুসন্ধিৎসাৰ শ্ৰেষ্ঠ ঐতিহ্যক আগবঢ়াই নিছিল। তেওঁ আছিলগৰাকী অসামান্য বিজ্ঞানী, ভাৰতৰ উন্নয়নৰ বাবে যিয়ে উদ্ভাআৰু বিজ্ঞানৰ ক্ষমতাক অভীষ্ট লক্ষ্যত উপনীত কৰোৱাৰ উপাদান হিচাপে বিবেচনা কৰিছিলতেখেতৰ মৃত্যুতমই শোকাহত। তেখেতৰ পৰিয়ালৰ সদস্য আৰু বন্ধু-বান্ধবলৈ মোৰ গভীৰ সমবেদনা জনাইছোওঁ শান্তি

 

 

******

DS/SH


(ৰিলিজ আই ডি : 1680998) অতিথি কক্ষ : 133