প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্বহীদ দিৱসত অসম আন্দোলনৰ শ্বহীদসকললৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধা নিবেদন
পোষ্ট কৰা হৈছে:
10 DEC 2020 7:10PM by PIB Guwahati
শ্বহীদ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসম আন্দোলনৰ শ্বহীদসকললৈ শ্ৰদ্ধা নিবেদন কৰিছে।
এটা টুইটত শ্ৰী মোদীয়ে কয়
"শ্বহীদ দিৱসত, অসম আন্দোলনৰ মহান শ্বহীদসকললৈ আমি শ্ৰদ্ধা নিবেদন কৰিছো। অসমৰ প্ৰগতি আৰু ৰাজ্যখনৰ নাগৰিকৰ সৱলীকৰণৰ অৰ্থে তেওঁলোকৰ গভীৰ প্ৰণয়ে আমাক সকলোকে অনুপ্ৰাণিত কৰি থাকিব।"
***
DS/SH/SB
(ৰিলিজ আই ডি : 1679816)
অতিথি কক্ষ : 154
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam