প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘ভাৰত-লাক্সেমবাৰ্গ ভাৰ্চুৱেল শীৰ্ষ সন্মিলন’ত গ্ৰহণ কৰা চুক্তিৰ তালিকা

পোষ্ট কৰা হৈছে: 19 NOV 2020 8:33PM by PIB Guwahati

ক্ৰমিক

নং

চুক্তি

বিৱৰণ

1.

‘ভাৰত আন্তঃৰাষ্ট্ৰীয় বিনিময়’(ইণ্ডিয়া আইএনএক্স) আৰু ‘লাক্সেমবাৰ্গ ষ্টক একচেঞ্জ’ৰ মাজৰ বুজাবুজিৰ চুক্তি

বিত্তীয় সেৱা উদ্যোগলৈ সহযোগিতা আগবঢ়োৱা, সংশ্লিষ্ট দেশৰ বজাৰ ব্যৱস্থাৰ উচিত ব্যৱস্থাপনা, ইএছজি(পাৰিৱেশিক, সামাজিক আৰু শাসন) আৰু স্থানীয় বজাৰত সেউজ বিত্তীয় ব্যৱস্থাৰ প্ৰচলন কৰা

2.

‘ষ্টেট বেংক অব ইণ্ডিয়া’ আৰু ‘লাক্সেমবাৰ্গ ষ্টক একচেঞ্জ’ৰ মাজৰ বুজাবুজিৰ চুক্তি

বিত্তীয় সেৱা উদ্যোগলৈ সহযোগিতা আগবঢ়োৱা, সংশ্লিষ্ট দেশৰ বজাৰ ব্যৱস্থাৰ উচিত ব্যৱস্থাপনা, ইএছজি(পাৰিৱেশিক, সামাজিক আৰু শাসন) আৰু স্থানীয় বজাৰত সেউজ বিত্তীয় ব্যৱস্থাৰ প্ৰচলন কৰা

 

3.

‘ইনভেষ্ট ইণ্ডিয়া’ আৰু ‘লাক্সিন’ভেশ্যন’ৰ মাজৰ বুজাবুজিৰ চুক্তি

ভাৰত আৰু লাক্সেমবাৰ্গৰ কোম্পানীসমূহৰ মাজত প্ৰত্যক্ষ বিদেশী বিনিয়োগকে ধৰি পাৰস্পৰিক বাণিজ্য সহযোগিতা বিকশিত কৰাত সহযোগিতা আগবঢ়োৱা

 

 

***

DS/SH/AK/KB

 


(ৰিলিজ আই ডি : 1674298) অতিথি কক্ষ : 206