প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাজস্থানৰ মন্ত্ৰী মাষ্টৰ ভংৱৰলাল মেঘৱালৰ দেহাৱসানত প্ৰধানমন্ত্ৰীৰ শোক
পোষ্ট কৰা হৈছে:
16 NOV 2020 8:02PM by PIB Guwahati
ৰাজস্থানৰ কেবিনেট মন্ত্ৰী মাষ্টৰ ভংৱৰলাল মেঘৱালৰ মৃত্যুত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে।
এটা টুইটত শ্ৰী মোদীয়ে কয়, "ৰাজস্থানৰ কেবিনেট মন্ত্ৰী মাষ্টৰ ভংৱৰলাল মেঘৱাল জীৰ বিয়োগত শোকাহত হৈছো। প্ৰবীণ নেতাজনে ৰাজস্থানক সেৱা কৰাৰ বাবে উৎসাহী আছিল। দুখৰ এই মুহূৰ্তত, তেওঁৰ পৰিয়াল-বৰ্গ আৰু সমৰ্থকসকললৈ মোৰ সমবেদনা জনাইছো।"
***
DS/SH/SB
(ৰিলিজ আই ডি : 1673378)
অতিথি কক্ষ : 229
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam