প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মৌলানা আজাদ আৰু আচাৰ্য কৃপালিনীৰ জন্ম জয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাৰ্ঘ্য নিবেদন

प्रविष्टि तिथि: 11 NOV 2020 2:24PM by PIB Guwahati

মৌলানা আজাদ আৰু আচাৰ্য কৃপালিনীৰ জন্ম জয়ন্তীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, মৌলানা আজাদ আৰু আচাৰ্য কৃপালিনীক ৰাষ্ট্ৰৰ প্ৰগতিৰ হকে অনবদ্য অৰিহণা আগবঢ়োৱা পুৰোধা ব্যক্তি হিচাপে সদায়ে স্মৰণ কৰা হব। তেওঁলোকে দৰিদ্ৰসকলৰ লগতে যুৱ-প্ৰজন্মৰ সবলীকৰণৰ বাবে জীৱন উত্সৰ্গা কৰিছিল। জন্ম জয়ন্তীত তেনে মহানুভৱৰ প্ৰতি মই সেৱা জনাইছো। তেওঁলোকৰ আদৰ্শই আমাক সদায়ে অনুপ্ৰণিত কৰি থাকিব

 

***

DS/SH/KB


(रिलीज़ आईडी: 1672136) आगंतुक पटल : 227
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam