প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিমুদ্ৰাকৰণে ক'লাধন হ্ৰাস কৰাত সহায় কৰিলে, কৰ সন্মতি বৃদ্ধি কৰিলে আৰু স্বচ্ছতাক এটা গতি দিলেঃ প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
08 NOV 2020 3:00PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ''বিমুদ্ৰাকৰণে ক'লাধন হ্ৰাস কৰাত, কৰ সন্মতি বৃদ্ধি আৰু গঠন কৰাত সহায় কৰাৰ লগতে স্বচ্ছতাক এটা গতি দিলে।''
প্ৰধানমন্ত্ৰীয়ে লগতে কয়, ''দেশৰ অগ্ৰগতিৰ দিশত এই প্ৰাপ্তিসমূহ বিস্তৰ লাভদায়ক হৈছে।''
***
DS/SH
(रिलीज़ आईडी: 1671333)
आगंतुक पटल : 140
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam