পোষ্ট কৰা হৈছে:
02 NOV 2020 11:01PM by PIB Guwahati
প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে কাবুল বিশ্ববিদ্যালয়ত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা কাপুৰুষোচিত আক্ৰমণৰ তীব্ৰ গৰিহণা দিয়ে৷
প্ৰধানমন্ত্রীয়ে কয়, “কাবুল বিশ্ববিদ্যালয়ত আজি সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা কাপুৰুষোচিত আক্ৰমণৰ তীব্ৰ গৰিহণা দিছো৷ এই আক্ৰমণত হতাহত লোকসকলৰ পৰিয়ালবৰ্গৰ প্ৰতি মই সমবেদনা জনাইছো৷ সন্ত্রাসৰ বিৰুদ্ধে আফগানিস্তানৰ অদম্য যুঁজত আমাৰ সমর্থন অব্যাহত থাকিব৷”
***
VRRK/SH/DB