প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ফ্ৰান্সৰ নাইচত গীৰ্জাৰ ভিতৰত সন্ত্ৰাসবাদীৰ আক্ৰমণক তীব্ৰ নিন্দা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
29 OCT 2020 7:55PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নাইচৰ এটা গীৰ্জাৰ ভিতৰত বৰ্বৰ আক্ৰমণকে ধৰি শেহতীয়াভাৱে ফ্ৰান্সত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ নিন্দা কৰিছে।
এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "মই আজি নাইচৰ এটা গীৰ্জাৰ ভিতৰত বৰ্বৰ আক্ৰমণকে ধৰি শেহতীয়াভাৱে ফ্ৰান্সত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ নিন্দা কৰিছো। ইয়াৰ বলি হোৱাসকলৰ পৰিয়াল আৰু ফ্ৰান্সৰ জনসাধাৰণৰ প্ৰতি আমাৰ গভীৰ আৰু আন্তৰিক শোক প্ৰকাশ কৰিছো। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ফ্ৰান্সৰ যুঁজখনত ভাৰতে সংগ প্ৰদান কৰিব।"
***
VRRK/SH/SB
(रिलीज़ आईडी: 1669702)
आगंतुक पटल : 205
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Telugu
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam