প্ৰতিৰক্ষা মন্ত্ৰালয়

এৰ’ ইণ্ডিয়া ২০২১ৰ বাবে আজিৰে পৰা আৰম্ভ হ’ল মিডিয়া পঞ্জীকৰণ

Posted On: 02 NOV 2020 2:45PM by PIB Guwahati

এৰইণ্ডিয়া ২০২১ৰ ত্রয়োদশ সংস্কৰণ ৩ৰ পৰা ৭ ফেব্রুৱাৰীলৈকে কর্ণাটকৰ বেংগালুৰুৰ য়েলাহাংকা বায়ু সেনা ঘাটিত অনুষ্ঠিত হ

 

এই প্রদর্শনীত যিসকল সংবাদ মাধ্যমৰ প্রতিনিধিয়ে অংশগ্ৰহণ কৰিব বিচাৰে তেওঁলোকে দুই নৱেম্বৰ অর্থাৎ আজিৰে পৰা অহা ৬ ডিচেম্বৰলৈকে অনলাইনৰ জৰিয়তে তেওঁলোকৰ নাম পঞ্জীয়ন কৰিব পাৰিব। ইয়াৰ বাবে কোনোধৰণৰ মাচুল দিব নালাগেকিন্তু যিসকল বিদেশী সাংবাদিকে এই প্রদর্শনীত অংশগ্ৰহণ কৰিব বিচাৰে তেওঁলোকৰ বৈধ জে-ভিছা থকাটো আৱশ্যকীয়

 

https://aeroindia.gov.in/media/mediaregcontent এই ৱেবছাইটৰ জৰিয়তে পঞ্জীয়নৰ সময়ত সংবাদ মাধ্যমৰ বৈধ পৰিচয় পত্রৰ নম্বৰ, পিআইবি অথবা ৰাজ্যৰ এক্রিডিটেশ্যন নম্বৰ, চৰকাৰী পৰিচয় পত্রৰ কার্ড নম্বৰ আৰু ৫১২ কেবিৰ কম আকাৰৰ ছবি আপলোড কৰিব লাগিব

 

৫ দিনৰ এই অনুষ্ঠানত এৰস্পেচ আৰু প্রতিৰক্ষা উদ্যোগৰ এক বৃহৎ বাণিজ্যিক প্রদর্শনী একত্ৰিত হব। এৰস্পেচ উদ্যোগত বৈশ্বিক নেতা আৰু বৃহৎ বিনিয়োগকাৰীসকলৰ উপৰি দেশ-বিদেশৰ নীতি নির্ধাৰকসকলেও অংশ ল ইণ্ডিয়াই বিমান উদ্যোগত তথ্য, ধাৰণা আৰু নতুন বিকাশৰ বিনিময়ৰ বাবে এক অতুলনীয় সুযোগ প্ৰদান কৰিব। ইয়াৰ উপৰি মেক ইন ইণ্ডিয়া কাৰ্যসূচীৰ জৰিয়তে ঘৰুৱা বিমান উদ্যোগৰ ক্ষেত্ৰত এই প্রদর্শনী সহায়ক হ

 

প্রায় ৫০০ দেশী-বিদেশী কোম্পানীয়ে এই প্রদর্শনীত অংশ অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে

    

   

 *******



(Release ID: 1669687) Visitor Counter : 127