প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গান্ধীনগৰত প্ৰয়াত মহেশভাই আৰু প্ৰয়াত নৰেশভাই কানোড়িয়ালৈ শ্ৰদ্ধা নিবেদন কৰে। তেওঁলোক চলচ্চিত্ৰ, সংগীত আৰু সাংস্কৃতিক জগতখনেৰে জড়িত আছিল।
***
VRRK/AK/SB