স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

চিকিৎসাধীন ৰোগীৰ হাৰ দ্ৰুতগতিত হ্ৰাসৰ ধাৰাবাহিকতা অব্যাহত ৰাখিছে ভাৰতে

মুঠ পজিটিভ ৰোগীৰ বিপৰীতে কেৱল ১২.১০% ৰোগী চিকিৎসাধীন হৈ আছে

একেৰাহে চতুৰ্থ দিনৰ বাবে চিকিৎসাধীন ৰোগীৰ সংখ্যা ৯লাখতকৈ কম হৈছে

Posted On: 12 OCT 2020 11:10AM by PIB Guwahati

ভাৰতে চিকিসাধীন ৰোগীৰ হাৰ দ্ৰুতগতিত হ্ৰাসৰ ধাৰাবাহিকতা অব্যাহত ৰাখিছে৷ একেৰাহে চতুৰ্থ দিনৰ বাবে চিকিসাধীন ৰোগীৰ সংখ্যা ৯লাখতকৈ কম হৈছে৷

বৰ্তমান মুঠ পজিটিভ ৰোগীৰ বিপৰীতে কেৱল ,৬১,৮৫৩গৰাকী ৰোগী অৰ্থা ১২.১০% চিকিসাধীন হৈ আছে৷

 

WhatsApp Image 2020-10-12 at 10.30.12 AM.jpeg

ভাৰতত উচ্চ মাত্ৰাত আৰোগ্যৰ তথ্য পোৱা গৈছে৷ দেশত মুঠ আৰোগ্য লোকৰ সংখ্যা আজি ৬১,৪৯,৫৩৫জনলৈ বৃদ্ধি পাইছে৷ চিকিসাধীন আৰু আৰোগ্য হোৱা ৰোগীৰ মাজৰ ব্যৱধান আজি ৫২,৮৭,৬৮২জনলৈ বৃদ্ধি পাইছে৷

বিগত ২৪ ঘণ্টাত দেশত ৭১,৫৫৯জন ৰোগী আৰোগ্য হোৱাৰ বিপৰীতে ৬৬,৭৩২জন লোক আক্ৰান্ত হৈছে৷ দেশত কভিড ৰোগীৰ ৰাষ্ট্ৰীয় আৰোগ্য হাৰ ৮৬.৩৬%লৈ উন্নীত হৈছে৷

 

WhatsApp Image 2020-10-12 at 10.44.19 AM.jpeg

নতুনকৈ আৰোগ্যৰ হোৱা ৰোগীৰ ৭৭%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকতে ১০,০০০তকৈ অধিক লোক আৰোগ্য হৈছে৷

 

WhatsApp Image 2020-10-12 at 10.48.54 AM.jpeg

দেশত বিগত ২৪ ঘণ্টাত ৬৬,৭৩১জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷ ইয়াৰে ৮১%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ ইয়াৰে মহাৰাষ্ট্ৰ আৰু কেৰালাতে ১০,০০০তকৈ অধিক লোক আক্ৰান্ত হৈছে৷

 

WhatsApp Image 2020-10-12 at 10.48.55 AM.jpeg

বিগত ২৪ ঘণ্টাত দেশত ৮১৬জন লোক কভিডত মৃত্যু হৈছে৷ ইয়াৰে ৮৫%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ ইয়াৰে ৩৭% অৰ্থা ৩০৯ জনেই মহাৰাষ্ট্ৰৰ৷

 

WhatsApp Image 2020-10-12 at 10.48.55 AM (1).jpeg

 

 

 

 

 

**********

MV/SJ/DB



(Release ID: 1663666) Visitor Counter : 151