পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়

২০২০-২১ৰ প্ৰথম ছমাহত ‘এমঅ’আৰটিএইচ’-য়ে নিৰ্মাণ কৰিলে ৩৯৫১ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ; ক’ভিড-১৯ৰ সংকট স্বত্বেও প্ৰতিদিনে সম্ভৱ কৰিলে ২১.৬০ কিলোমিটাৰৰ হাৰ

Posted On: 09 OCT 2020 12:31PM by PIB Guwahati

২০২০-২১ বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহ(এপ্ৰিল-ছেপ্টেম্বৰৰ মাজৰ সময়ছোৱা)ত স্থলপথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়(এমঅআৰটিএইচ)-য়ে সফলতাৰে নিৰ্মাণ কৰিলে ৩৯৫১ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ। ক’’ভিড-১৯ৰ সংকট স্বত্বেও মন্ত্ৰালয়টোৱে প্ৰতিদিনে ২১.৬০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণৰ হাৰ সম্ভৱ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে মন্ত্ৰালয়টোৱে চলিত বিত্তীয় বৰ্ষত ১১,০০০কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণৰ এক অভিলাসী লক্ষ্য গ্ৰহণ কৰিছিল।

***

RCJ/MS/KB



(Release ID: 1663262) Visitor Counter : 149