স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ ৰোগীৰ আৰোগ্যৰ দিশত আমেৰিকা যুক্তৰাষ্ট্ৰক চেৰ পেলাই বিশ্বৰ ভিতৰতে ১নম্বৰ স্থানত ভাৰত

মুঠ সুস্থ লোকৰ সংখ্যা ৪২লাখ অতিক্ৰম; বিশ্বৰ আৰোগ্যৰ লোকৰ ১৯%ই ভাৰতৰ

ভাৰত এটা দিনতে আৰোগ্যৰ আন এক সৰ্বাধিক আৰোগ্যৰ অভিলেখ

বিগত ২৪ ঘণ্টাত ৯৫,০০০তকৈ অধিক লোক আৰোগ্য

Posted On: 19 SEP 2020 11:00AM by PIB Guwahati

ক’ভিড-১৯ ৰোগীৰ আৰোগ্যৰ দিশত আমেৰিকা যুক্তৰাষ্ট্ৰক চেৰ পেলাই বিশ্বৰ ভিতৰতে শীৰ্ষস্থানত উপনীত হৈ ভাৰতে বিশ্বজোৰা খ্যাতি অৰ্জন কৰিছে৷

ভাৰতত ক’ভিড-১৯ত আৰোগ্য হোৱা আৰু ডিছচাৰ্জড দিয়া মুঠ লোকৰ সংখ্যা ৪২,০৮,৪৩১জন হৈছে৷ বিশ্বৰ মুঠ আৰোগ্য লোকৰ ১৯%ই ভাৰতৰ৷ তদুপৰি, ভাৰতত ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰো ৭৯.২৮%লৈ উন্নীত হৈছে৷

কেন্দ্ৰীয় চৰকাৰৰ নেতৃত্বত উচ্চমাত্ৰা আৰু আগ্ৰাসী পৰীক্ষণ, নিৰৱচ্ছিন্ন নিৰীক্ষণৰ জৰিয়তে অগ্ৰিম চিনাক্তকৰণ আৰু মানসম্পন্ন চিকিসা ব্যৱস্থাই এই বিশ্বজোৰা খ্যাতি অৰ্জনত সহায় কৰিছে৷

ক’ভিড-১৯ৰ বিৰুদ্ধে দৃঢ় সংকল্পবদ্ধ যুঁজৰ জৰিয়তে ভাৰতে বিগত ২৪ ঘণ্টাত এটা দিনত সৰ্বাধিক আৰোগ্যৰ আন এক অভিলেখ ৰচনা কৰিছে৷ কালি দিনটোত দেশত ৯৫,৮৮০গৰাকী ৰোগী সুস্থ হৈছে৷

এই সুস্থ হোৱা লোকসকলৰ ৯০শতাংশই ১৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷

ইয়াৰে ভিতৰত মহাৰাষ্ট্ৰ তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক আৰু উত্তৰপ্ৰদেশৰ ৬০%আছে৷ কালি দিনটোত মহাৰাষ্ট্ৰত ২২,০০০তকৈ অধিক আৰু অন্ধ্ৰপ্ৰদেশত ১১,০০০তকৈ অধিক লোক আৰোগ্য হৈছে৷

ভাৰতে সৰ্বাধিক আৰোগ্যৰ ধাৰা অব্যাহত ৰাখিছে৷ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ফলপ্ৰসূ কাৰ্যপন্থাৰ ফলতে এইটো সম্ভৱ হৈছে৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে চিকিসা ব্যৱস্থাপনাৰ ক্ষেত্ৰত কেতবোৰ মানসম্পন্ন ব্যৱস্থা ব্যাপক হাৰত জাৰি কৰিছে৷ সেইবোৰৰ ভিতৰত ৰেমডেছিভিৰ, প্লাজমা থেৰাপী, টচিলিজুমাব উল্লেখযোগ্য৷ কম পৰিমাণে আক্ৰান্ত লোকসকলক ঘৰতে থকাৰ ব্যৱস্থা আৰু সুগম এম্বুলেন্স ব্যৱস্থাৰ জৰিয়তে সময়মতে চিকিসা বাবে ৰোগীসকলক অনাৰ ফলত সঠিক সময়ত চিকিসা লাভ কৰি ৰোগীৰ মৃত্যুৰ হাৰ হ্ৰাস পোৱাত অৰিহণা যোগাইছে৷

ইফালে, নতুন দিল্লী এইমছে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ আইচিইউত কৰ্মৰত চিকিসকসকলক অধিক দক্ষ কৰি তোলাৰ লক্ষ্য প্ৰতি সপ্তাহৰ মঙলবাৰ আৰু শুকুৰবাৰে ‘ক’ভিড-১৯ ব্যৱস্থাপনাৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় আইচিইউ’ শীৰ্ষক এক পদক্ষেপ হাতত লৈ আহিছে৷ দেশৰ ২৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ২৪৯খন হাস্পতালত ৰাষ্ট্ৰীয় ই-আইচিইউ কাৰ্যসূচীৰে সামৰি লোৱাৰ ফলত দেশত গুৰুতৰভাৱে আক্ৰান্ত ৰোগী সুস্থ হোৱাৰ লগতে মৃত্যুৰ হাৰ দ্ৰুতগতিত হ্ৰাস পাই ১.৬১% হৈছে

উল্লেখ্য যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত ক’ভিড ব্যৱস্থাপনাৰ প্ৰচেষ্টাৱলীৰ সুদৃঢ় কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে সময়ে সময়ে এক কেন্দ্ৰীয় দল প্ৰেৰণ কৰি অহাৰ লগতে বিভিন্ন ক্ষেত্ৰত দেখা দিয়া সমস্যাৰ সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে৷

#

 

 

ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ নাম

 

 

 

চিকিসাধীন ৰোগী

নিশ্চিত সংক্ৰমিত লোক

সামূহিক আৰোগ্য/ডিছচাৰ্জড/প্ৰব্ৰজিত ৰোগী

সামূহিক মৃত্যু

 

১৯.০৯.২০২০লৈকে

১৯.০৯.২০২০লৈকে

১৮.০৯.২০২০লৈকে

কালি সলনি কৰা

১৯.০৯.২০২০লৈকে

১৮.০৯.২০২০লৈকে

কালি সলনি কৰা

১৯.০৯.২০২০লৈকে

১৮.০৯.২০২০লৈকে

কালি সলনি কৰা

মুঠ আক্ৰান্ত

১০১৩৯৬৪

৫৩০৮০১৪

৫২১৪৬৭৭

৯৩৩৩৭

৪২০৮৪৩১

৪১১২৫৫১

৯৫৮৮০

৮৫৬১৯

৮৪৩৭২

১২৪৭

মহাৰাষ্ট্ৰ

৩০১২৭৩

১১৬৭৪৯৬

১১৪৫৮৪০

২১৬৫৬

৮৩৪৪৩২

৮১২৩৫৪

২২০৭৮

৩১৭৯১

৩১৩৫১

৪৪০

কৰ্ণাটক

১০১১৪৮

৫০২৯৮২

৪৯৪৩৫৬

৮৬২৬

৩৯৪০২৬

৩৮৩০৭৭

১০৯৪৯

৭৮০৮

৭৬২৯

১৭৯

অন্ধ্ৰপ্ৰদেশ

৮৪৪২৩

৬০৯৫৫৮

৬০১৪৬২

৮০৯৬

৫১৯৮৯১

৫০৮০৮৮

১১৮০৩

৫২৪৪

৫১৭৭

৬৭

উত্তৰপ্ৰদেশ

৬৭৮২৫

৩৪২৭৮৮

৩৩৬২৯৪

৬৪৯৪

২৭০০৯৪

২৬৩২৮৮

৬৮০৬

৪৮৬৯

৪৭৭১

৯৮

তামিলনাডু

৪৬৫০৬

৫৩০৯০৮

৫২৫৪২০

৫৪৮৮

৪৭৫৭১৭

৪৭০১৯২

৫৫২৫

৮৬৮৫

৮৬১৮

৬৭

চত্তীশগড়

৩৬৫৮০

৮১৬১৭

৭৭৭৭৫

৩৮৪২

৪৪৩৯২

৪১১১১

৩২৮১

৬৪৫

৬২৮

১৭

কেৰালা

৩৫৭৯৫

১২৬৩৮১

১২২২১৪

৪১৬৭

৯০০৮৫

৮৭৩৪৫

২৭৪০

৫০১

৪৮৯

১২

ওড়িশা

৩৩০৯২

১৭১৩৪১

১৬৭১৬১

৪১৮০

১৩৭৫৬৭

১৩৩৪৬৬

৪১০১

৬৮২

৬৬৯

১৩

দিল্লী

৩২২৫০

২৩৮৮২৮

২৩৪৭০১

৪১২৭

২০১৬৭১

১৯৮১০৩

৩৫৬৮

৪৯০৭

৪৮৭৭

৩০

১০

তেলংগানা

৩০৬৩৬

১৬৯১৬৯

১৬৭০৪৬

২১২৩

১৩৭৫০৮

১৩৫৩৫৭

২১৫১

১০২৫

১০১৬

১১

অসম

২৮৬৩১

১৫২৮৫৮

১৫০৩৪৯

২৫০৯

১২৩৬৮৭

১২১৬১৩

২০৭৪

৫৪০

৫২৮

১২

১২

পশ্চিমবংগ

২৪৫০৯

২১৮৭৭২

২১৫৫৮০

৩১৯২

১৯০০২১

১৮৭০৬১

২৯৬০

৪২৪২

৪১৮৩

৫৯

১৩

পাঞ্জাৱ

২১৬৬২

৯২৮৩৩

৯০০৩২

২৮০১

৬৮৪৬৩

৬৫৮১৮

২৬৪৫

২৭০৮

২৬৪৬

৬২

১৪

মধ্যপ্ৰদেশ

২১৬০৫

১০০৪৫৮

৯৭৯০৬

২৫৫২

৭৬৯৫২

৭৪৩৯৮

২৫৫৪

১৯০১

১৮৭৭

২৪

১৫

হাৰিয়ানা

২১২৯১

১০৬২৬১

১০৩৭৭৩

২৪৮৮

৮৩৮৭৮

৮১৬৯০

২১৮৮

১০৯২

১০৬৯

২৩

১৬

জম্মু আৰু কাশ্মীৰ(কে.শা,অ.)

২০৭৭০

৬১০৪১

৫৯৭১১

১৩৩০

৩৯৩০৫

৩৮৫২১

৭৮৪

৯৬৬

৯৫১

১৫

১৭

ৰাজস্থান

১৭৭১৭

১১১২৯০

১০৯৪৭৩

১৮১৭

৯২২৬৫

৯০৬৮৫

১৫৮০

১৩০৮

১২৯৩

১৫

১৮

গুজৰাট

১৬০৭৬

১২০৩৩৬

১১৮৯২৬

১৪১০

১০০৯৭৪

৯৯৬৮১

১২৯৩

৩২৮৬

৩২৭০

১৬

১৯

ঝাৰখণ্ড

১৩৯২৪

৬৮৫৭৮

৬৭১০০

১৪৭৮

৫৪০৫২

৫২৮০৭

১২৪৫

৬০২

৫৯০

১২

২০

বিহাৰ

১২৬০৯

১৬৫২১৮

১৬৪০৫১

১১৬৭

১৫১৭৫০

১৫০০৪০

১৭১০

৮৫৯

৮৫৫

২১

উত্তৰাখণ্ড

১১২৯৩

৩৮০০৭

৩৭১৩৯

৮৬৮

২৬২৫০

২৪৯৬৫

১২৮৫

৪৬৪

৪৬০

২২

ত্ৰিপুৰা

৭১০৭

২১৪৮৪

২০৯৪৯

৫৩৫

১৪১৪২

১৩৫৫৯

৫৮৩

২৩৫

২২৮

২৩

গোৱা

৫৭৩০

২৭৩৭৯

২৬৭৮৩

৫৯৬

২১৩১৪

২০৮৪৪

৪৭০

৩৩৫

৩২৭

২৪

পুডুচেৰী

৪৭৩৬

২১৯১৩

২১৪২৮

৪৮৫

১৬৭১৫

১৬২৫৩

৪৬২

৪৬২

৪৩১

৩১

২৫

হিমাচল প্ৰদেশ

৪৪৩০

১১৬২২

১১১৯০

৪৩২

৭০৮১

৬৯৪৬

১৩৫

১১১

৯৮

১৩

২৬

চণ্ডীগড়

২৯৭৮

৯৫০৬

৯২৫৬

২৫০

৬৪১৫

৬০৬২

৩৫৩

১১৩

১০৯

২৭

মেঘালয়

১৯৭৬

৪৪৪৫

৪৩৫৬

৮৯

২৪৩৭

২৩৪২

৯৫

৩২

৩১

২৮

মনিপুৰ

১৯২৬

৮৬০৭

৮৪৩০

১৭৭

৬৬২৯

৬৫৩৮

৯১

৫২

৫১

২৯

অৰুণাচল প্ৰদেশ

১৮৮৬

৭০০৫

৬৮৫১

১৫৪

৫১০৬

৪৯৬৭

১৩৯

১৩

১৩

৩০

নাগালেণ্ড

১২১৩

৫৩৫৭

৫৩০৬

৫১

৪১২৯

৪০৯৮

৩১

১৫

১৫

৩১

লাডাখ (কে.শা.অ)

৯৮৭

৩৬৩৫

৩৫৭৬

৫৯

২৬০০

২৫৫৮

৪২

৪৮

৪৬

৩২

মিজোৰাম

৫৭৫

১৫৪৮

১৫৩৪

১৪

৯৭৩

৯৪৯

২৪

৩৩

ছিকিম

৪২২

২৩০৩

২২৭৪

২৯

১৮৫৭

১৭৮৯

৬৮

২৪

২২

৩৪

দমন আৰু দিউ আৰু দাদৰা নগৰ হাভেলী

২১৮

২৮৫৯

২৮৩১

২৮

২৬৩৯

২৬০৮

৩১

৩৫

আন্দামান আৰু নিকোবৰ দীপপুঞ্জ

১৬৫

৩৬৩১

৩৬০৪

২৭

৩৪১৪

৩৩৭৮

৩৬

৫২

৫২

৩৬

লাক্ষাদীপ

 

****

MV/SJ/DB



(Release ID: 1656645) Visitor Counter : 206