প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘মহালয়া’ উপলক্ষে জনসাধাৰণলৈ শুভকামনা জনালে প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 17 SEP 2020 11:46AM by PIB Guwahati

মহালয়া উপলক্ষে জনসাধাৰণলৈ শুভকামনা জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে।

এক টুইট বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়,

পৃথিৱী জুৰি অব্যাহত থকা মহামাৰীৰ সংকটৰ পৰা মুক্ত হোৱাৰ বাবে আমাক শক্তি প্ৰদান কৰিবলৈ এইবেলিৰ মহালয়াত আমি আই দূৰ্গাক প্ৰণতি জনাইছো। আশা কৰো, আই দূৰ্গাৰ আশীৰ্বাদে আমাৰ সকলোকে সু-স্বাস্থ্য আৰু সুখী জীৱন-যাপনৰ সুযোগ প্ৰদান কৰিব। লগতে আমাৰ গ্ৰহটোৰো সমৃদ্ধি কামনা কৰিলো!

শুভ মহালয়া!

 

 

***

VRRK/SH/KB


(ৰিলিজ আই ডি : 1655523) অতিথি কক্ষ : 195