প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

অভিযন্তা দিৱসত অভিযন্তাসকলক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 15 SEP 2020 7:21PM by PIB Guwahati

অভিযন্তা দিৱসত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে অভিযন্তাসকলক শুভেচ্ছা জ্ঞাপন কৰে। অভিযন্তা দিৱসত সকলো অভিযন্তালৈ শুভেচ্ছা। ছাৰ এম. বিশ্বেশ্বৰায়াৰ জন্ম জয়ন্তীত আমি তেওঁক স্মৰণ কৰিছোঁ। ৰাষ্ট্ৰ নিৰ্মাণত আমাৰ অভিযন্তাসকলৰ অৱদানৰ বাবে ভাৰত গৌৰাৱান্বিত, প্ৰধানমন্ত্ৰীয়ে কয়।

   

 *****

VRRK/VJ/KG


(रिलीज़ आईडी: 1654714) आगंतुक पटल : 210
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam