প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাষ্ট্ৰীয় নিয়োজক সংস্থাৰ স্থাপনত সন্তুষ্টি প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰীয়ে
Posted On:
19 AUG 2020 7:53PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় নিয়োজক সংস্থাৰ স্থাপনত সন্তুষ্টি প্ৰকাশ কৰিছে৷
এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘ৰাষ্ট্ৰীয় নিয়োজক সংস্থা যুৱচামৰ বাবে আশীৰ্বাদস্বৰূপ৷ সাধাৰণ যোগ্যতা পৰীক্ষাৰ জৰিয়তে বহু পৰীক্ষাৰ ব্যৱস্থা নোহোৱা হ’ব আৰু ই মূল্যৱান সময় তথা সম্পদ ৰক্ষাত সহায়ক হ’ব৷ ইয়াৰ জৰিয়তে নিকা ব্যৱস্থা প্ৰৱৰ্তনত সহায়ক হ’ব৷’’
***
VRRK/SH/MANN
(Release ID: 1648323)
Visitor Counter : 135
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam