প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

লোকমান্য বাল গংগাধৰ তিলকৰ শততম মৃত্যু তিথি উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

Posted On: 01 AUG 2020 9:41AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোকমান্য বাল গংগাধৰ তিলকৰ শততম মৃত্যু তিথি উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, লোকমান্য বাল গংগাধৰ তিলকৰ শততম মৃত্যু তিথি উপলক্ষে তেওঁক প্ৰণিপাত জনাইছো৷ তেওঁৰ বুদ্ধিমত্তা, সাহস, ন্যায়িক চেতনা আৰু স্বৰাজৰ ধাৰণা এতিয়াও সকলোকে প্ৰেৰণা যোগায়৷

***

VRRK/SH/DB



(Release ID: 1648192) Visitor Counter : 117