বিত্ত মন্ত্ৰালয়

স্পেচিয়েল ছেচুৰেশ্যন অভিযানৰ অধীনত ১ কোটি ২২ লাখ কিষাণ ক্ৰেডিট কাৰ্ডৰ বিপৰীতে ১ কোটি ২ লাখ ৬৫ হাজাৰ কোটি টকাৰ ঋণ সাহায্য

प्रविष्टि तिथि: 20 AUG 2020 12:36PM by PIB Guwahati

ভিড-১৯- অভাৱনীয় প্ৰভাৰ পৰা কৃষিক্ষেত্ৰৰ উন্নয়নৰ গতি অব্যাহত ৰাখি কিষাণ ক্ৰেডিট কাৰ্ডৰ মাধ্যমেৰে কৃষকসকললৈ সহজ চৰ্তত ঋণ সাহায্য প্ৰদানৰ বাবে এক বিশেষ ছেছুৰেশ্যন অভিযান বা বিশেষ ঋণ সাহায্য পৰিপূৰক অভিযান গ্ৰহণ কৰা হৈছে। এই অভিযানৰ আওতাত বিগত ১৭ তাৰিখ পৰ্যন্ত কোটি ২২ লাখ কিষাণ ক্ৰেডিট কাৰ্ডৰ বিপৰীতে কোটি লাখ ৬৫ হাজাৰ কোটি টকাৰ ঋণ সাহায্য মঞ্জুৰ কৰা হৈছে। কৃষিক্ষেত্ৰৰ বাবে এই বিপুল পৰিমাণ অৰ্থ সাহায্যই গ্ৰামীণ অৰ্থনীতিৰ পুনৰুজ্জীৱনত আৰু কৃষিক্ষেত্ৰৰ অগ্ৰগতিক ত্বৰান্বিত কৰাত সুদূৰপ্ৰসাৰী ভূমিকা পালন কৰিব।

উল্লেখ্য যে আত্মনিৰ্ভৰ ভাৰত পেকেজৰ আওতাত কেন্দ্ৰীয় চৰকাৰে মৎস্য আৰু ডায়েৰী ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলৰ উপৰিও কোটি ৫০ লাখ কৃষকৰ স্বাৰ্থত সহজ সুদৰ হাৰত লাখ কোটি টকা ঋণ সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে।

****

RM/KMN/RD


(रिलीज़ आईडी: 1647479) आगंतुक पटल : 224
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Marathi , English , हिन्दी , Punjabi , Tamil , Urdu , Manipuri , Bengali , Gujarati , Odia , Telugu , Malayalam