ৰাষ্ট্ৰপতি সচিবালয়
প্ৰেছ বিজ্ঞপ্তি
प्रविष्टि तिथि:
18 AUG 2020 10:55AM by PIB Guwahati
ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিম্নোক্ত নিযুক্তি/বদলি কৰাৰ সিদ্ধান্ত লৈছে:-
(১) গোৱাৰ ৰাজ্যপাল শ্ৰী সত্য পাল মালিকক বদলি কৰা হৈছে আৰু তেওঁক মেঘালয়ৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে।
(২) মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ভগত সিং কোশয়াৰীক তেওঁৰ নিজৰ দায়িত্বৰ লগতে গোৱাৰ ৰাজ্যপালৰ দায়িত্ব অৰ্পন কৰা হৈছে।
তেওঁলোকে নিজৰ নিজৰ কাৰ্যালয়ৰ দায়িত্ব গ্ৰহণ কৰাৰ দিনাৰ পৰাই উপৰোক্ত নিযুক্তিসমূহ কাৰ্যকৰী হ’ব।
*****
VRRK/AK/MS
(रिलीज़ आईडी: 1646875)
आगंतुक पटल : 173
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Punjabi
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Odia
,
Tamil
,
Telugu
,
Malayalam