প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পণ্ডিত যশৰাজৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

प्रविष्टि तिथि: 17 AUG 2020 7:06PM by PIB Guwahati

পণ্ডিত যশৰাজ জীৰ দেহাৱসানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে।

পণ্ডিত যশৰাজ জীৰ দুঃখজনক মৃত্যুৱে ভাৰতীয় সাংস্কৃতিক ক্ষেত্ৰখনত গভীৰ শোকৰ ছাঁ পেলাইছে। তেওঁৰ অসামান্য সৃষ্টিৰাজিয়েই নহয়, বৰঞ্চ তেওঁ আন বহু সংগীতজ্ঞৰ অসাধাৰণ পথ-প্ৰদৰ্শক হিচাপেও নিদৰ্শন ৰাখি গৈছে। তেওঁৰ পৰিয়ালবৰ্গ আৰু বিশ্বব্যাপী তেখেতৰ প্ৰণয়ীসকললৈ সমবেদনা জনালো। ঔম শান্তি”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

*****

VRRK/KP/SB


(रिलीज़ आईडी: 1646580) आगंतुक पटल : 186
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam