প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিজয়ৱাড়াৰ ক’ভিড কেন্দ্ৰত সুত্ৰপাত হোৱা অগ্নিকাণ্ডত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
Posted On:
09 AUG 2020 10:14AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিজয়ৱাড়াৰ ক’ভিড কেন্দ্ৰত সুত্ৰপাত হোৱা অগ্নিকাণ্ডত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি শোক প্ৰকাশ কৰিছে৷
এক শোকবাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়, “বিজয়ৱাড়াৰ ক’ভিড কেন্দ্ৰত সুত্ৰপাত হোৱা অগ্নিকাণ্ডক লৈ উদ্বিগ্ন হৈছো৷ এই ঘটনাত যিসকলে তেওঁলোকৰ আত্মীয়-স্বজনক হেৰুৱালে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিলো৷ আহতসকলৰ অতি সোনকালে আৰোগ্য হোৱাৰ বাবে মই প্ৰাৰ্থনা জনাইছো৷ পৰিস্থিতিৰ সন্দৰ্ভত ইতিমধ্যে মই অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী @ysjaganজীৰ সৈতে বাৰ্তালাপ কৰিছো আৰু তেওঁক সম্ভাৱ্য সকলো সহায়ৰ আশ্বাস দিছো৷”
***
VRRK/SH /DB
(Release ID: 1644619)
Visitor Counter : 170
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam