প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কাকৰাপাৰ আণৱিক শক্তি প্ৰকল্প-৩ৰ স্বাভাৱিক পৰিস্থিতিলৈ অনাত লাভ কৰা সফলতাৰ বাবে ভাৰতীয় আণৱিক বিজ্ঞানীসকলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

Posted On: 22 JUL 2020 10:44AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাকৰাপাৰ আণৱিক শক্তি প্ৰকল্প-৩ৰ স্বাভাৱিক পৰিস্থিতিলৈ অনাত লাভ কৰা সফলতাৰ বাবে ভাৰতীয় আণৱিক বিজ্ঞানীসকলক অভিনন্দন জনাইছে৷

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, কাকৰাপাৰ আণৱিক শক্তি প্ৰকল্প-৩ৰ স্বাভাৱিক পৰিস্থিতিলৈ অনাত লাভ কৰা সফলতাৰ বাবে ভাৰতীয় আণৱিক বিজ্ঞানীসকলক অভিনন্দন জনাইছো৷ স্বদেশী প্ৰক্ৰিয়াৰে ডিজাইন কৰা ৭০০ মেগাৱাট ক্ষমতাসম্পন্ন কেএপিপি-৩ ৰিয়েক্টৰ ‘মেক ইণ্ডিয়া’ৰ এক গৌৰৱোজ্বল উদাহৰণ৷ লগতে এই প্ৰকল্প ভৱিষ্যতৰ অসংথ্য সম্ভাৱনাপূৰ্ণ সফলতাৰ বাটকটীয়া৷

 

***

VRRK/SH/DB


(Release ID: 1640427)