প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পৃথিৱীৰ চহকী জৈৱ বৈচিত্ৰ সংৰক্ষণৰ সংকল্পক পুনৰ দোঁহাৰিলে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 05 JUN 2020 11:37AM by PIB Guwahati

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এক টুইটাৰযোগে কয়, #বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমি আমাৰ পৃথিৱীৰ চহকী জৈৱ বৈচিত্ৰ সংৰক্ষণৰ সংকল্পক পুনৰ দোঁহাৰিছো৷ আহক, আমি সকলোৱে সামূহিক ভাৱে যতদূৰ সম্ভৱ আমাৰ গছ-গছনি আৰু প্ৰাণীকূলৰ সুৰক্ষা সুনিশ্চিত কৰো৷ ইয়াৰ জৰিয়তেহে আমি ভৱিষ্যত প্ৰজন্মৰ বাবে এই পৃথিৱীখনক এক উন্নত গ্ৰহ হিচাপে গঢ়ি তুলিব পাৰিম৷

***

VRRK/SH/DB


(रिलीज़ आईडी: 1629607) आगंतुक पटल : 183
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam