প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

উত্তৰপ্ৰদেশৰ অ’ৰৈয়াত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ আত্মীয়লৈ এককালীন সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

Posted On: 16 MAY 2020 9:02PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰপ্ৰদেশৰ অ’ৰৈয়াত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণহানি হোৱাসকলৰ আত্মীয়লৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পূঁজিৰ পৰা ২ লাখ টকাকৈ এককালীন সাহায্য ঘোষণাত অনুমোদন জনাইছে৷

প্ৰধানমন্ত্ৰী এই দুৰ্ঘটনাত আহতসকলৰ প্ৰতি ৫০,০০০টকাকৈ সাহায্য প্ৰদানতো অনুমোদন জনাইছে৷

***

VRRK/SH



(Release ID: 1625019) Visitor Counter : 128