প্ৰতিৰক্ষা মন্ত্ৰালয়

ক’ৰোনা যোদ্ধাসকলক ছেল্যুট ভাৰতৰ

Posted On: 02 MAY 2020 6:09PM by PIB Guwahati

ভিড যোদ্ধাসকলৰ সহায়ত ভাৰতে সফলতাৰে ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দি আহিছে। ভাৰতীয় বায়ুসেনা বাহিনীয়ে আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা পৰ্যায়ত মানুহৰ লগতে সামগ্ৰী অনা-নিয়া কৰি ৰোনা নিয়ন্ত্ৰণ কৰাৰ প্ৰতি ৰাষ্ট্ৰীয় প্ৰচেষ্টাৰ প্ৰতি বৰঙণি আগবঢ়াইছে। ভিড টেষ্টিং লেব স্থাপন কৰাৰ বাবে বিমানযোগে চিকিৎসক, পেৰা-মেডিকেল ষ্টাফ আৰু অন্যান্য সা-সঁজুলিকে ধৰি ৬০০টনতকৈ অধিক চিকিসা সামগ্ৰী সৰবৰাহ কৰিছে। ভাৰতীয় বিমান বাহিনীৰ জোৱানে ৰোনা বিৰোধী যুঁজৰ প্ৰতি বৰঙণি আগবঢ়াই যাব। ভাৰতীয় ৰোনা যোদ্ধাসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি ভাৰতীয় বায়ু সেনা বাহিনা আৰু ইয়াৰ ভগ্নী সেৱাই ভাৰতৰ সাহসী যোদ্ধাসকলক ব্যতিক্ৰমী ধৰণে অভিবাদন জনোৱাৰ পৰিকল্পনা কৰিছে।

ৰোনা ভাইৰাছজনিত মহামাৰীৰ এই কঠিন সময় অক্লান্ত আৰু নিঃস্বার্থভাৱে যিসকলে কাি আহিছে, সেইসকল যোদ্ধা বাবে ভাতীয় বিমানবাহিনী যুদ্ধবিমান কুচকাৱা জৰিয়তে অভিবাদন জনোৱাৰিকল্পনা কৰিছে

 

ভাতীয় বিমানবাহিনী কেইবাখনো বিমান ৩ মে, ২০২০ দিল্ল আৰু এনচি অঞ্চল এই যুদ্ধবিমান কুচকাৱা অংশ গ্ৰহণ কৰিব। এই উন্ত কুচকাৱা জৰিয়তে আইএএফ প্রশিক্ষণ কার্যসূচী চলোৱাআৰুভিড-১৯জনিত সেৱাৈতে জড়িতৰিবহণ বিমান আৰু হেলিকপ্টাৰৰৈতে সমন্বয়সাধন কি এই কুচকাৱাজ চলি

 

ৰোনাৰ যোদ্ধাসকল বাবে বিমান এই অভিবাদন কাৰ্যসূচী পুৱা ১০ বজাৰ পৰা ১০.৩০লৈকে চলি। ছুখই-৩০ এমকেআই, মিগ-২৯ আৰু জাগুৱা সমন্বয় যুদ্ধবিমান এই কুচকাৱাৰাজপথ ওপৰেৰে যাব আৰু দিল্ল েৰে প্রদক্ষিণ কিআৰু দিল্ল বাসিন্দাসকলে ছাদৰ পৰা এই দৃশ্য প্রত্যক্ষ কিব পাি তদুপৰি, চি-১৩০ পৰিবহণ বিমান সম্পূর্ণ দিল্লী আৰু এনচি অঞ্চলজুৰি এই অনুশীলনত অংশ ব। এই বিমানখনে মহাকাশ নিৰাপত্তা বিশেষকৈ চৰাই উৰণ বিষয়টো অনুসৰণ কৰি প্রায় ৫০০ মিটাৰ পৰা ১০০০ মিটাচ্চতাত উৰি

 

তদুপৰি, হেলিকপ্টাসমূহ আৰক্ষী যুদ্ধ স্মা ওপৰেৰে পুৱা বজাৰ পৰা পুষ্পবৃষ্টি কৰাৰিকল্পনা কৰিছে তাাছত সে বিমানসমূহে দিল্লী কেইবাখনো হাস্পতালভিড-১৯ ৰোগী সাহায্যৰাহ কৰা কাি এই হাস্পতাল তালিকা ছে এআইআইএমএ, দীনদয়াল উপাধ্যায় হাস্পতাল, জিটিবি হাস্পতাল, লোকনায়ক হাস্পতাল, ৰাম মনোহ লোহিয়া হাস্পতাল, ফদজং হাস্পতাল, শ্রী গংগা ৰাম হাস্পতাল, বাবা ছাহেব আম্বেদক হাস্পতাল, মেক্স ছাকেত, ৰোহিনী হাস্পতাল, এপল ইন্দ্রপ্রস্থ হাস্পতাল আৰু সেনা হাস্পতালৱেষণা কেন্দ্র তথা ৰোৰেল হাস্পতাল

***

IN/BSK/DB



(Release ID: 1620546) Visitor Counter : 169