ৰেল মন্ত্ৰালয়
যাত্ৰীবাহী ৰে’লসেৱা বাতিলৰ সময়সীমা বৃদ্ধি
प्रविष्टि तिथि:
02 MAY 2020 12:45PM by PIB Guwahati
ক’ভিড-১৯ৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত গ্ৰহণ কৰা পদক্ষেপসমূহৰ ধাৰাবাহিকতা অব্যাহত ৰাখি অহা ১৭ মে’, ২০২০লৈকে যাত্ৰী ৰে’ল সেৱা বাতিলৰ সিদ্ধান্ত লোৱা হৈছে৷
অৱশ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশনাৰ ভিত্তিত ৰাজ্য চৰকাৰসমূহে প্ৰয়োজনসাপেক্ষে বিভিন্ন স্থানত আৱদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিক, তীৰ্থযাত্ৰী, পৰ্যটক, শিক্ষাৰ্থী আৰু অন্যান্য ব্যক্তিক বিশেষ শ্ৰমিক ৰে’লৰ জৰিয়তে নিজৰ ৰাজ্যলৈ আনিব পাৰিব৷
ইফালে, এই সময়ছোৱাতো মালবাহী আৰু পাৰ্চেল ৰে’ল নিয়মীয়াকৈ চলি থাকিব৷
*******
DJN/MKV/DB
(रिलीज़ आईडी: 1620348)
आगंतुक पटल : 289
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam