অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

ক’ভিড-১৯ বিৰোধী যুঁজত অফুৰন্ত শক্তিৰে ভাৰতক সহযোগিতা আগবঢ়াইছে ‘লাইফলাইন উড়ান’ৰ ‘ক’ৰোনা-যোদ্ধা’সকলে

আজি পৰ্যন্ত ৫৫১টনৰো অধিক পৰিমাণৰ চিকিত্সা সামগ্ৰী পৰিবহণ কৰিছে ৩৩০খন বিমানে

Posted On: 22 APR 2020 6:01PM by PIB Guwahati

’ভিড-১৯ বিৰোধী যুঁজত অফুৰন্ত শক্তিৰে ভাৰতক সহযোগিতা আগবঢ়াইছে ‘লাইফলাইন উড়ান’ৰ ‘ক’ৰোনা-যোদ্ধা’সকলে।এই সময়চোৱাত অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়’ৰ উদ্যোগত বিভিন্ন অঞ্চললৈ অত্যাৱশ্যকীয় চিকিত্সা সামগ্ৰী কঢ়িয়াই নিয়াৰ বাবে লাইফলাইন উড়ান কাৰ্গো সেৱা অব্যাহত ৰখা হৈছে এই সেৱাৰ অধীনত এয়াৰ ইণ্ডিয়া, এলায়েন্স এয়াৰ, ভাৰতীয় বায়ুসেনা বাহিনীৰ লগতে একাংশ ব্যক্তিগত খণ্ডৰ বিমান পৰিবহণ সংস্থাৰ মুঠ ৩৩০খন বিমান চলোৱা হৈছে ইয়াৰে ২০০খন বিমান এয়াৰ ইণ্ডিয়া আৰু এলায়েন্স এয়াৰ- এইসমূহ বিমানে আজি পৰ্যন্ত মুঠ ৫৫১.৭৯টন পৰিমাণৰ সা-সামগ্ৰীৰ পৰিবহণ কৰিছে এইখিনি সামগ্ৰী বিতৰণৰ বাবে বিমানসমূহে এই সময়চোৱাত মুঠ ,২৭,৬২৩কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ-পৰিক্ৰমা সম্পূৰ্ণ কৰিবলগীয়া হৈছে

এই সময়চোৱাত লাইফলাইন বিমানৰ দৈনিকসূচী তলত দিয়া ধৰণৰ :

ক্ৰমিক

নং

তাৰিখ

এয়াৰ

ইণ্ডিয়া

এলায়েন্স

আইএ

এফ

ইণ্ডিগো

স্পাইচ

জেট

মুঠ

1

26.3.2020

2

-

-

-

2

4

2

27.3.2020

4

9

1

-

-

14

3

28.3.2020

4

8

-

6

-

18

4

29.3.2020

4

9

6

-

-

19

5

30.3.2020

4

-

3

-

-

7

6

31.3.2020

9

2

1

-

-

12

7

01.4.2020

3

3

4

-

-

10

8

02.4.2020

4

5

3

-

-

12

9

03.4.2020

8

-

2

-

-

10

10

04.4.2020

4

3

2

-

-

9

11

05.4.2020

-

-

16

-

-

16

12

06.4.2020

3

4

13

-

-

20

13

07.4.2020

4

2

3

-

-

9

14

08.4.2020

3

-

3

-

-

6

15

09.4.2020

4

8

1

-

-

13

16

10.4.2020

2

4

2

-

-

8

17

11.4.2020

5

4

18

-

-

27

18

12.4.2020

2

2

-

-

-

4

19

13.4.2020

3

3

3

-

-

9

20

14.4.2020

4

5

4

-

-

13

21

15.4.2020

2

5

-

-

-

7

22

16.4.2020

9

-

6

-

-

15

23

17.4.2020

4

8

-

-

-

12

24

18.4.2020

5

-

9

-

-

14

25

19.4.2020

4

-

9

-

-

13

26

20.4.2020

8

4

3

-

-

15

27

21.4.2020

4

-

10

-

-

14

 

মুঠ

112

88

122

6

2

330

 

ইফালে, পৱন হংস লিমিটেডে অত্যাৱশ্যকীয় চিকিত্সা সামগ্ৰী উত্তৰ-পূৰ্বাঞ্চল, শ্ৰীনগৰ, জম্মু(জে এণ্ডকে), লাডাখ, আন্দামান আদিলৈ কঢ়িয়াই নিয়ে। পৱন হংস লিমিটেডে ২১এপ্ৰিল,২০২০ পৰ্যন্ত ৬৫৩৭কিলোমিটাৰ দৈৰ্ঘ্যৰ আকাশীপথ অতিক্ৰমী ১.৯০টন পৰিমাণৰ সামগ্ৰী কঢ়িয়াইছে।

 

আভ্যন্তৰীণ কাৰ্গো বিমান- ব্লু ডাৰ্ট, স্পাইচ জেট আৰু ইণ্ডিগোৱে বাণিজ্যক ভিত্তিত কিছু সংখ্যক কাৰ্গো বিমান চলাই আছে। যোৱা ২৪ মাৰ্চৰ পৰা ২১এপ্ৰিল, ২০২০ পৰ্যন্ত স্পাইচ জেটে ৪৪৭খন কাৰ্গো বিমানৰ জৰিয়তে ৭,১২,৩২৩কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ পৰিক্ৰমা সম্পূৰ্ণ কৰি ৩৬৯৫টন সামগ্ৰীৰ পৰিবহণ কৰিছে। ইয়াৰে ১৫৪খন আছিল আন্তঃৰাষ্ট্ৰীয় কাৰ্গো বিমান। সেইদৰে, যোৱা ২৫ মাৰ্চৰ পৰা ২১এপ্ৰিল, ২০২০ পৰ্যন্ত ব্লু ডাৰ্টে ১৬০খন কাৰ্গো বিমানৰ জৰিয়তে ১,৫৮,৬৮৪কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ পৰিক্ৰমা সম্পূৰ্ণ কৰি ২৫৭৩টন সামগ্ৰীৰ পৰিবহণ কৰিছে। ইয়াৰ বিপৰীতে, ইণ্ডিগোৱে ৩ আৰু ২১এপ্ৰিল, ২০২০ত ৩৫খন কাৰ্গো বিমানৰ জৰিয়তে ৪২,৭৫২কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ পৰিক্ৰমা সম্পূৰ্ণ কৰি ৮৪টন সামগ্ৰীৰ পৰিবহণ কৰিছে। ইয়াৰ ভিতৰত ৬খন আন্তঃৰাষ্ট্ৰীয় বিমানো আছিল।

আন্তঃৰাষ্ট্ৰীয়

পূব-এচীয়া আৰু দিল্লীৰ মাজত এক বায়ু-সেঁতু স্থাপন কৰা হৈছে। ইয়াৰ জৰিয়তে কভিড-১৯ৰ বাবে প্ৰয়োজনীয় অত্যাৱশ্যকীয় চিকিত্সা সামগ্ৰী কঢ়িওৱাৰ বাবে কিছুসংখ্যক বিমান চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

তলত এই সম্পৰ্কীয় তথ্য দাঙি ধৰা হল

ক্ৰমিক

নং

তাৰিখ

পৰা

সামগ্ৰী

টন

1

04.4.2020

চাংহাই

21

2

07.4.2020

হংকং

06

3

09.4.2020

চাংহাই

22

4

10.4.2020

চাংহাই

18

5

11.4.2020

চাংহাই

18

6

12.4.2020

চাংহাই

24

7

14.4.2020

হংকং

11

8

14.4.2020

চাংহাই

22

9

16.4.2020

চাংহাই

22

10

16.4.2020

হংকং

17

11

16.4.2020

ছিউল

05

12

17.4.2020

চাংহাই

21

13

18.4.2020

চাংহাই

17

14

18.4.2020

ছিউল

14

15

18.4.2020

গুৱাংজৌ

04

16

19.4.2020

চাংহাই

19

17

20.4.2020

চাংহাই

26

18

21.4.2020

চাংহাই

19

19

21.4.2020

হংকং

16

 

 

মুঠ

322

 

ইফালে, এয়াৰ ইণ্ডিয়াই কৃষি উড়ান কাৰ্যক্ৰমৰ অধীনত দ্বিতীয়খন বিমান চলাই যোৱা ১৫ এপ্ৰিল, ২০২০ত মুম্বাইৰ পৰা ফ্ৰেংকফোৰ্টৰ মাজত। বিমানখনত ২৭টন পৰিমাণৰ ফল-মূল আৰু শাক-পাচলি ফ্ৰেংকফোৰ্টলৈ নিয়াৰ বিপৰীতে ১০টন অন্য সামগ্ৰী কঢ়িয়াই অনা হৈছিল। সেইদৰে মুম্বাই আৰু লণ্ডনৰ মাজত ১৩ এপ্ৰিলত চালোৱা এয়াৰ ইণ্ডিয়াৰ বিমানখনত ২৮টন ফল-মূল আৰু শাক-পাচলি কঢ়িয়াই নিয়াৰ বিপৰীতে ১৫.৬টন সাধাৰণ সামগ্ৰী দেশলৈ অনা হয়। ইফালে, কেৱল জৰুৰী চিকিত্সা সামগ্ৰী কঢ়িওৱাৰ বাবে এয়াৰ ইণ্ডিয়াই ১৫ এপ্ৰিলত দিল্লী-ছিচিলিছ-মৰিছাছ-দিল্লীৰ মাজত চলোৱা বিমানখনত ৩.৪টন চিকিত্সা সামগ্ৰী ছিচিলিছলৈ আৰু ১২.৬টন মৰিছাছলৈ কঢ়িয়াই নিয়ে।

****

RJ/NG/KB



(Release ID: 1617348) Visitor Counter : 220