প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মা ধৰিত্ৰীৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ কৃতজ্ঞতা প্ৰকাশ

प्रविष्टि तिथि: 22 APR 2020 11:36AM by PIB Guwahati

আন্তঃৰাষ্ট্ৰীয় ধৰিত্ৰী দিৱস উপলক্ষে মা ধৰিত্ৰীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়,আন্তঃৰাষ্ট্ৰীয় ধৰিত্ৰী দিৱস উপলক্ষে আমি সকলোৱে আমাৰ পৃথিৱীখনে আমাৰ প্ৰতি লোৱা তত্বাৱধান আৰু কৰুণাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছোআহক, আমি সকলোৱে এক স্বচ্ছ, স্বাস্থ্যসন্মত আৰু অধিক সমৃদ্ধিশালী পৃথিৱী গঢ় দিয়াৰ দিশত কাম কৰো। কভিড-১৯ক পৰাজিত কৰাৰ বাবে অগ্ৰণী ভূমিকা লৈ কাম কৰাসকলৰ প্ৰতি আমি প্ৰেৰণা যোগাও।.

***********

VRRK/ VJ/DB


(रिलीज़ आईडी: 1616990) आगंतुक पटल : 290
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam