প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আৰবিআইয়ে আজি ঘোষণা কৰা উপায়সমূহক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা; এই পদক্ষেপৰ দ্বাৰা তাৰল্য আৰু ঋণ যোগান বৃদ্ধি হ’বঃ প্ৰধানমন্ত্ৰী
Posted On:
17 APR 2020 2:54PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আৰবিআইয়ে ঘোষণা কৰা বিভিন্ন পদক্ষেপৰ দ্বাৰা তাৰল্য আৰু ঋণ যোগান বৃদ্ধি পাব বুলি মন্তব্য কৰে৷
টুইটাৰত তেওঁ এইদৰে লিখে, ‘‘@আৰবিআইয়ে কৰা আজিৰ ঘোষণাসমূহৰ দ্বাৰা তাৰল্য আৰু ঋণ যোগান বৃদ্ধি পাব৷ এই পদক্ষেপৰ জৰিয়তে আমাৰ ক্ষুদ্ৰ ব্যৱসায়, এমএছএমই, কৃষক আৰু দৰিদ্ৰসকল উপকৃত হ’ব৷ তাৰোপৰি ইয়াৰ জৰিয়তে ৰাজ্যসমূহৰ ডব্লিউএমএ সীমাও বৃদ্ধি পাব৷’’
****
VRRK/KP/MANN
(Release ID: 1615359)
Visitor Counter : 184
Read this release in:
English
,
Urdu
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam