প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আৰবিআইয়ে আজি ঘোষণা কৰা উপায়সমূহক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা; এই পদক্ষেপৰ দ্বাৰা তাৰল্য আৰু ঋণ যোগান বৃদ্ধি হ’বঃ প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 17 APR 2020 2:54PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আৰবিআইয়ে ঘোষণা কৰা বিভিন্ন পদক্ষেপৰ দ্বাৰা তাৰল্য আৰু ঋণ যোগান বৃদ্ধি পাব বুলি মন্তব্য কৰে৷

টুইটাৰত তেওঁ এইদৰে লিখে, ‘‘@আৰবিআইয়ে কৰা আজিৰ ঘোষণাসমূহৰ দ্বাৰা তাৰল্য আৰু ঋণ যোগান বৃদ্ধি পাব৷ এই পদক্ষেপৰ জৰিয়তে আমাৰ ক্ষুদ্ৰ ব্যৱসায়, এমএছএমই, কৃষক আৰু দৰিদ্ৰসকল উপকৃত হ’ব৷ তাৰোপৰি ইয়াৰ জৰিয়তে ৰাজ্যসমূহৰ ডব্লিউএমএ সীমাও বৃদ্ধি পাব৷’’

****

VRRK/KP/MANN


(रिलीज़ आईडी: 1615359) आगंतुक पटल : 225
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam