ৰেল মন্ত্ৰালয়

ক’ভিড-১৯ ৰ বাবে হোৱা লকডাউনৰ সময়ত ভাৰতীয় ৰে’ল বিভাগে অবিৰতভাৱে আন্তঃগাঁথনি ক্ষেত্ৰৰ প্ৰয়োজনীয় সামগ্ৰী যোগান দি থকাৰ লগতে যোগান শৃংখলো বৰ্তাই ৰাখিছে

১ এপ্ৰিলৰ পৰা ১১ এপ্ৰিল ২০২০ লৈকে ৰে’ল বিভাগে ১.৯ লাখতকৈও অধিক কয়লাৰ মালবাহী ডবা আৰু ১৩০০০ তকৈও অধিক খনিজ সামগ্ৰীৰ মালবাহী ডবা এঠাইৰপৰা আন ঠাইলৈ কঢ়িয়াইছে

ক’ভিড-১৯ ৰ বাবে হোৱা লকডাউনৰ সময়ত ভাৰতীয় ৰে’ল বিভাগে অবিৰতভাৱে আন্তঃগাঁথনি ক্ষেত্ৰৰ প্ৰয়োজনীয় সামগ্ৰী যোগান দি আছে।

Posted On: 12 APR 2020 8:14PM by PIB Guwahati

যোৱা ১১ দিনত ১ এপ্ৰিলৰ পৰা ১১ এপ্ৰিল ২০২০ লৈকে ৰেল বিভাগে ১৯২১৬৫ টা কয়লাৰ মালবাহী ডবা আৰু ১৩২৭৬ টা খনিজ সামগ্ৰীৰ (এটা মালবাহী ডবাত ৫৮ ৰ পৰা ৬০ টন ওজনৰ সামগ্ৰী)মালবাহী ডবা এঠাইৰপৰা আন ঠাইলৈ কঢ়িয়াইছে। তলত বিতং তথ্য দিয়া হৈছেঃ

ক্ৰ. নং

তাৰিখ

কয়লাৰ মালবাহী ডবাৰ সংখ্যা

খনিজ সামগ্ৰীৰ মালবাহী ডবাৰ সংখ্যা

০১.০৪.২০২০

১৪০৭৮

১১৩২

০২.০৪.২০২০

১৮১৬৮

১১৭৮

০৩.০৪.২০২০

১৭৪৭৪

১১৬৩

০৪.০৪.২০২০

১৮০৩৮

১০৭৯

০৫.০৪.২০২০

১৭২১১

৭৯১

০৬.০৪.২০২০

১৭৪১০

৭৩১

০৭.০৪.২০২০

১৮২১৫

১৪৫০

০৮.০৪.২০২০

১৮২২৫

১২৭৩

০৯.০৪.২০২০

১৭৩৮৭

১৫৩৬

১০

১০.০৪.২০২০

১৮১৩৭

১৩৩৮

১১

১১.০৪.২০২০

১৭৮০৪

১৬০৫

 

মুঠ

১৯২১৬৫

১৩২৭৬

ৰেল মন্ত্ৰালয়ৰ এটা জৰুৰীকালীন মালবাহী গাড়ীৰ নিয়ন্ত্ৰণ কেন্দ্ৰৰদ্বাৰা অবিৰতভাৱে শক্তি, পৰিৱহণ আৰু আন্তঃগাঁথনি ক্ষেত্ৰৰ প্ৰয়োজনীয় সামগ্ৰী যোগান দি থকাৰ লগতে ৰেলগাড়ীৰ যোগেদি অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান শৃংখল বৰ্তাই ৰখাৰ দিশটো পৰ্যবেক্ষণ কৰি থকা হৈছে। ভাৰতীয় ৰেল বিভাগে  গৃহ মন্ত্ৰালয়ৰ সৈতে লগ লাগি ৰাজ্য চৰকাৰসমূহৰ লগত যোগাযোগ অক্ষুন্ন ৰাখিছে যাতে প্ৰয়োজন সাপেক্ষে দেশৰ যিকোনো ঠাইত সামগ্ৰী যোগান দিব পাৰে।

*****

SG/MKVPRK



(Release ID: 1613808) Visitor Counter : 170