পোষ্ট কৰা হৈছে:
10 APR 2020 10:59AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুড ফ্ৰাইডে’ৰ দিনা যীশুখ্ৰীষ্টক স্মৰণ কৰি এইদৰে কয়, ‘‘প্ৰভু যীশুৱে তেওঁৰ জীৱনৰ আনৰ সেৱাত উৎসৰ্গিত কৰিছিল৷ তেওঁৰ সাহস আৰু ন্যায়পৰায়ণতা সকলোতে উদ্ভাসিত হৈছিল৷ গুড ফ্ৰাইডে’ৰ দিনা আমি প্ৰভু যীশুৰ সত্য, সেৱা আৰু ন্যায়ৰ প্ৰতি থকা আনুগত্যক সোঁৱৰণ কৰিছো৷’’
***
VRRK/SH/MANN