নৌ-পৰিবহন মন্ত্ৰালয়
জাহাজ পৰিবহন মন্ত্ৰালয়ৰ বন্দৰ আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানে চিএছআৰ পুঁজি হিচাপে ৫২ কোটি টকা আগবঢ়ালে প্ৰধানমন্ত্ৰী-কেয়াৰ্ছ পুঁজিলৈ
प्रविष्टि तिथि:
06 APR 2020 12:08PM by PIB Guwahati
ক’ৰোনা ভাইৰাছ (ক’ভিড-১৯) মহামাৰীত আক্ৰান্ত লোকসকলক সাহায্য প্ৰদানৰ বাবে সৃষ্টি কৰা প্ৰধানমন্ত্ৰী কেয়াৰ্ছ পুঁজিলৈ কেন্দ্ৰীয় জাহাজ পৰিবহন মন্ত্ৰালয়ৰ অধীনৰ দেশৰ আটাইবোৰ মুখ্য বন্দৰ আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানে ৫২ কোটি টকা আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে।
প্ৰধানমন্ত্ৰী কেয়াৰ্ছ পুঁজিলৈ স্থানান্তৰ কৰা কৰ্প’ৰেট সামাজিক দায়বদ্ধতা পুঁজিৰ ধনৰ পৰিমাণ
|
ক্ৰমিক নং
|
বন্দৰ / ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান
|
কৰ্প’ৰেট সামাজিক দায়বদ্ধতা শিতানৰ ধন (টকা)
|
|
1
|
কলকাতা বন্দৰ ন্যাস
|
1 কোটি
|
|
2
|
মুম্বাই বন্দৰ ন্যাস
|
1 কোটি
|
|
3
|
জৱাহৰলাল নেহৰু বন্দৰ ন্যাস
|
16.40 কোটি
|
|
4
|
দীনদয়াল বন্দৰ ন্যাস
|
8 কোটি
|
|
5
|
পাৰাদ্বীপ বন্দৰ ন্যাস
|
8 কোটি
|
|
6
|
কোচি বন্দৰ ন্যাস
|
0.5458 কোটি
|
|
7
|
চেন্নাই বন্দৰ ন্যাস
|
0.50 কোটি
|
|
8
|
বিশাখাপট্টনম বন্দৰ ন্যাস
|
1 কোটি
|
|
9
|
ভি.অ’. চিদাম্বৰণৰ বন্দৰ ন্যাস
|
2 কোটি
|
|
10
|
কামাৰজাৰ প’ৰ্ট লিমিটেড
|
4 কোটি
|
|
11
|
নিউ মাঙ্গালোৰ বন্দৰ ন্যাস
|
4 কোটি
|
|
12
|
মোৰ্মাগাও বন্দৰ ন্যাস
|
0.25 কোটি
|
|
|
বন্দৰসমূহৰ দ্বাৰা আগবঢ়োৱা কৰ্প’ৰেট সামাজিক দায়বদ্ধতা শিতানৰ ধন
|
46.6958 কোটি
|
|
13
|
ডিজিএলএল
|
1
|
|
14
|
এছচিআই
|
0.37
|
|
15
|
চিএছএল
|
2.50
|
|
16
|
আইপিআৰচিএল
|
50 লাখ
|
|
17
|
ডিচিআই
|
1 কোটি
|
|
18
|
এছডিচিএল
|
9,45,320
|
|
|
ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানবোৰৰ কৰ্প’ৰেট সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অধীনত আহৰণ হোৱা ধন
|
54,645,320
|
|
|
সৰ্বমুঠ (টকা)
|
52,16,03,320
|
YB/AP/RD
(रिलीज़ आईडी: 1611654)
आगंतुक पटल : 153
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam