নৌ-পৰিবহন মন্ত্ৰালয়

পিএম কেয়াৰছ পুঁজিলৈ ৭ কোটিতকৈ অধিক টকাৰ বৰঙণি আগবঢ়ালে জল পৰিবহণ মন্ত্ৰালয়ৰ বন্দৰ আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলে

Posted On: 06 APR 2020 12:10PM by PIB Guwahati

ভিড-১৯ মহামাৰীৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলক সহায় আগবঢ়োৱাৰ বাবে জল পৰিবহণ মন্ত্ৰালয়ৰ সকলো প্ৰধান বন্দৰ আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলে তেওঁলোকৰ এদিনৰ দৰমহা, প্ৰায় কোটি টকা পিএম কেয়াৰছ পুঁজিলৈ বৰঙণি হিচাপে আগবঢ়াইছে৷

 

ক্ৰ.নং

বন্দৰ/পিএছইউ

কৰ্মচাৰীৰ সংখ্যা

টকাৰ হিচাপত এদিনৰ দৰমহা

কলকাতা বন্দৰ ন্যাস

৩৭০০

,০০,০০,০০০

মুম্বাই বন্দৰ ন্যাস

৬৩২৪

,২৭,০০,০০০

জৱাহৰলাল নেহৰু বন্দৰ ন্যাস

১৪৬৯

৪৩,১০,৯৭৯

দীনদয়াল বন্দৰ ন্যাস

২২০০

৪১,৮২,৮৪৬

পাৰাদীপ বন্দৰ ন্যাস

৭৪০

১৫,৪৩,৮৬২

কোঁচি বন্দৰ ন্যাস

১২৮৩

২৫,৪২,০০০

চেন্নাই বন্দৰ ন্যাস

৩৮৯১

৭২,১৩,০০০

বিশাখাপট্টনম বন্দৰ ন্যাস

৩১৭৭

৬২,২৮,২৯৬

ভি.. চিদাম্বৰনাৰ বন্দৰ ন্যাস

৬৯১

১৫,০০,০০০

১০

কামাৰ্জাৰ বন্দৰ লিমিটেড

১০২

৩৭১,৬২৪

১১

নিউ মাংগালুৰু বন্দৰ ন্যাস

৫৭১

৩০,০০,০০০

১২

মৰমাগাও বন্দৰ ন্যাস

১৪৮৮

২৯,৫৫,৮৪৬

 

মুঠ

২৫,৬৩৬

৫৬,৫৪৮,৪৫৩

১৩

সঞ্চালক প্ৰধান (জাহাজ পৰিবহণ)

৩৯১

,৭৭১,৮৩২

১৪

ডিজিএলএল

৬৪৪

১২,৩৬,৮৪৩

১৫

আইএমইউ

৪২২

,২৩,০০০

১৬

আইপিএ

১০০

,৮০,৩৩৫

১৭

এছচিআই

১১৫০

৪০,০০,০০০

১৮

ডিচিআই

৬৮২

১৩.৪০ লাখ

 

মুঠ

৩৩৯১

১৪,৪৫২,০১০

 

সৰ্বমুঠ

২৯০২৭

,১০,০০,৪৬৩

 

***

YB/AP/DB



(Release ID: 1611615) Visitor Counter : 138