PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 04 APR 2020 7:02PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত ক’ভিড-১৯ সম্বন্ধীয় প্ৰেছ বিজ্ঞপ্তি আৰু পিআইবিৰ ফাষ্ট-চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ পৰা ক’ভিড-১৯ সন্দৰ্ভত আপডেট

এই পৰ্যন্ত ২৯০২টা ক’ভিড-১৯ৰ নিশ্চিত পৰিঘটনা আৰু ৬৮টা মৃত্যুৰ ঘটনা প্ৰতিবেদিত হৈছে৷ ১৮৩জন ব্যক্তি সুস্থ হোৱাৰ পিছত মুকলি কৰি দিয়া হৈছে৷ ১৭খন ৰাজ্যত তবলিগী জামাত সম্পৰ্কীয় ১০২৩টা পৰিঘটনা পোৱা হৈছে৷ মৃত্যু হোৱা লোকসকলৰ অধিকাংশই বয়োজ্যেষ্ঠ অথবা ডায়েবেটিছ, হাইপাৰটেনচন, বৃক্ক/কাৰ্ডিয়াক আদি সমস্যাৰ ভুক্তভোগী আথিল৷

প্ৰধানমন্ত্ৰীৰ এম্পাৱাৰ্ড গ্ৰুপৰ সৈতে অনুষ্ঠিত হোৱা বৈঠকত সভাপতিত্ব

প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশতে ক’ভিড-১৯ৰ প্ৰস্তুতি পুনৰীক্ষণৰ পৰিপ্ৰেক্ষিতত চিকিৎসালয়ৰ উপলব্ধতা, উপযুক্ত আইচ’লেচন আৰু কোৱাৰেণ্টাইন সুবিধাসমূহ লগতে ৰোগ নিৰীক্ষণ, পৰীক্ষণ, সংকটকালীন শুশ্ৰূষাৰ প্ৰশিক্ষণ আদিৰ পুনৰীক্ষণ কৰে আৰু বিভাগসমূহক সকলো অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰীৰ সঁজুলি যেনে পিপিই, মাস্ক, গ্ল’ভ আৰু ভেণ্টিলেটৰসমূহৰ উৎপাদন, আহৰণ আৰু উপলব্ধতা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে৷

https://pib.gov.in/PressReleseDetail.aspx?PRID=1611007

 

৫এপ্ৰিলৰ নিশা ৯বজাত সম্পন্ন লগা কাৰ্যক্ৰমৰ সময়চোৱাত গ্ৰীড-সুস্থিৰতা থাকিব পৰাকৈ বাহাল আছে যথা বিধি যাৱতীয় ব্যৱস্থা

দেশৰ জনসাধাৰণক এপ্ৰিলৰ নিশা বজাৰ পৰা .০৯ বজালৈ স্বেচ্ছাই তেওঁলোকৰ ঘৰৰ লাইটসমূহ নুমুৱাবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এই আহ্বানৰ পৰিপ্ৰেক্ষিততে বিদ্যুত-শক্তিৰ গ্ৰীডসমূহৰ নিয়মীয়া সুস্থিৰতা বিঘ্নিত হোৱাৰ লগতে ল্টেজৰ তাৰতম্য ঘটিব পাৰে আৰু বৈদ্যুতিক উপকৰণসমূহৰ ব্যাপক ক্ষতিসাধন কৰিব পাৰে বুলি দেশজুৰি এক জনৰৱ সৃষ্টি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ে আজি এক বিজ্ঞপ্তি প্ৰকাশ কৰে। এনে কোনো ক্ষয়-ক্ষতিৰ সম্ভাৱনা নাই বুলি স্পষ্ট কৰি দি বি়জ্ঞপ্তিখনত কোৱা হয় যে এই ধাৰণা সত্য তথ্য আধাৰিত নহয়

https://pib.gov.in/PressReleseDetail.aspx?PRID=1611020

 

গৃহ মন্ত্ৰালয়ে ৰাজ্যসমূহে ৰাষ্ট্ৰজোৰা লক্-ডাউনৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাসমূহৰ তৃণমূল পৰ্যায়ৰ বিষয়সমূহ স্পষ্ট কৰে

ৰাজ্যসমূহে জিলা প্ৰাধিকৰণ আৰু ক্ষেত্ৰীয় সংস্থাসমূহক তৃণমূল পৰ্যায়ত সমস্যাসমূহ সমাধান কৰিবলৈ পৰামৰ্শ দিয়ে

https://pib.gov.in/PressReleseDetail.aspx?PRID=1610872

 

গৃহমন্ত্ৰালয়ে লক্-ডাউনৰ পৰা ৰেহাই দিলে কৃষিগত যন্ত্ৰাদি, অতিৰিক্ত অংশ আৰু পুনৰ নিৰ্মাণ, ট্ৰাক পুনৰ নিৰ্মাণৰ দোকান আৰু চাহ উদ্যোগক

https://pib.gov.in/PressReleseDetail.aspx?PRID=1610862

 

২১দিনীয়ালক ডাউন সময়চোৱাতসামাজিক ব্যৱধান বিধিমানি চলি খেতি-পথাৰৰ কাম-কাজ সুকলমে চলোৱাৰ বাবে ৰাজ্যসমূহলৈ গৃহ মন্ত্ৰালয়ৰ পৰামৰ্শ

https://pib.gov.in/PressReleseDetail.aspx?PRID=1610759

 

টিডিএছ/টিচিএছ ব্যৱস্থাৰ অনুপালনত জটিলতাৰ সন্মুখীন হোৱা কৰদাতাসকলৰ সুবিধাৰ্থে চিবিডিটিয়ে জাৰি কৰিছে আয়কৰ আইনৰ ১১৯, ১৯৬১ নিৰ্দেশনাৱলী

ভিড-১৯ মহামাৰীয়ে সৰ্বত্ৰ ছানি ধৰাৰ সময়তে প্ৰায় সকলো খণ্ডতে সাধাৰণ কৰ্মজীৱন ব্যাহত হৈছে৷ সেয়ে কৰদাতাসকলৰ সুবিধাৰ্থে চিবিডিটিয়ে আয়কৰ আইন, ১৯৬১ৰ অধীনত ১১৯ৰ দ্বাৰা নিম্নোক্ত নিৰ্দেশনাসমূহ জাৰি কৰিছে৷.

https://pib.gov.in/PressReleseDetail.aspx?PRID=1611042

 

ক’ভিড-১৯ক প্ৰতিহত কৰিবলৈ প্ৰস্তুতিসমূহৰ পুনৰীক্ষণৰ বাবে ডাঃ হৰ্ষবৰ্ধনে পৰিদৰ্শন কৰিলে এলএনজেপি হাস্পতাল; এলএনজেপিক ক’ভিড-১৯ৰ চিকিৎসালয়ৰ বাবে উৎসৰ্গীকৃত কৰা হৈছে

https://pib.gov.in/PressReleseDetail.aspx?PRID=1611039

 

প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি প্ৰত্যেক ৰাজ্যৰ ৰাজ্যিক দুৰ্যোগ ক্ষতিশংকা ব্যৱস্থাপনা পুঁজিলৈ ১১,০৯২ কোটি টকা প্ৰদানত অনুমোদন জনালে গৃহ মন্ত্ৰালয়ে

মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা ভিডিঅকনফাৰেন্সত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে প্ৰত্যেকখন ৰাজ্যৰ ৰাজ্যিক দুৰ্যোগ ক্ষতিশংকা ব্যৱস্থাপনা পুঁজিলৈ (এছডিআৰএমএফ) ১১,০৯২ কোটি টকা মুকলি কৰি দিয়াৰ বাবে অনুমোদন জনাইছে৷

.https://pib.gov.in/PressReleseDetail.aspx?PRID=1610756

 

প্ৰধানমন্ত্ৰী আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ মাজত টেলিফোনিক বাৰ্তালাপ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷ দুয়োগৰাকী নেতাই ক’ভিড-১৯ মহামাৰীৰ বিষয়ে আলোচনা কৰাৰ লগতে দুয়োখন দেশৰ চৰকাৰে স্বাস্থ্য সংকটৰ পৰিপ্ৰেক্ষিতত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰে৷

https://pib.gov.in/PressReleseDetail.aspx?PRID=1610826

 

ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত ইচিআইয়ে পিচুৱালে ৰাজ্যসভাৰ নিৰ্বাচন;পিছলৈ ঘোষণা কৰা নতুন তাৰিখhttps://pib.gov.in/PressReleseDetail.aspx?PRID=1610801

 

ৰবি শস্য চপোৱাৰ সুচলতা আৰু গ্ৰীষ্মকালীন শস্যৰ বীজ তৈয়াৰ কৰাৰ ক্ষেত্ৰত কৃষি সহযোগিতা আৰু কৃষক কল্যাণ বিভাগৰ পদক্ষেপ

লকডাউনৰ সময়ছোৱাত কৃষকসকল যাতে বিপদত নপৰে আৰু ৰবি শস্য চপোৱা তথা গ্ৰীষ্মকালীন শস্যৰ বীজ তৈয়াৰ কৰাৰ কাম যাতে সুকলমে হয় তাৰবাবে ভাৰত চৰকাৰৰ কৃষি সহযোগিতা আৰু কৃষক কল্যাণ বিভাগে বিভিন্ন পদক্ষেপ হাতত লৈছে

https://pib.gov.in/PressReleseDetail.aspx?PRID=1610809

 

ভিড-১৯ক প্ৰতিহত কৰিবলৈ ঘৰতে প্ৰস্তুত কৰা মাস্কৰ মেনুৱেল

ভিড-১৯ক প্ৰতিহত কৰিবলৈ ঘৰতে প্ৰস্তুত কৰা মাস্কৰ মেনুৱেলৰ পিডিএফ চাবলৈ ইয়াত ক্লিক কৰক

 

ভিড-১৯ৰে মোকাবিলা কৰাৰ বাবে এনআৰএলৰ  অধীনত মাস্ক উৎপাদনৰ প্ৰচেষ্টা

ভিড-১৯ৰে মোকাবিলা কৰাৰ অৰ্থে গ্ৰামোন্নয়নৰ মন্ত্ৰালয় ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান(এনআৰএলএম) অধীনত দেশৰ ২৪খন ৰাজ্যৰ ৩৯৯খন জিলাৰ আত্ম-সহায়ক গোটসমূহে মাস্ক প্ৰস্তুতৰ কামত লাগি আছে৷

https://pib.gov.in/PressReleseDetail.aspx?PRID=1610981

 

ক’ভিড-১৯ৰ নমুনা পৰীক্ষণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে চিএছআইআৰ-আইএমটেকে

চিএছআইআৰ-আইএমটেকেও ব্যক্তিগত সুৰক্ষাত্মক সঁজুলি প্ৰদান কৰি স্বাস্থ্যকৰ্মীসকলক সহায়ৰ দিশত অগ্ৰসৰ হৈছেছ

https://pib.gov.in/PressReleseDetail.aspx?PRID=1610953

 

ভাৰতীয় ৰে’লৱেয়ে ক’ভিড-১৯ৰ লক্-ডাউনৰ সময়ছোৱাত শক্তি, পৰিবহণ আৰু আৰু প্ৰধান আন্তঃগাঁথনিমূলক খণ্ডৰ যোগান শৃংখল অব্যাহত ৰখাৰ নিশ্চিতি প্ৰদান কৰিছে

https://pib.gov.in/PressReleseDetail.aspx?PRID=1611048

 

ঘৰুৱা কাৰ্গো বিমানৰ চলাচলে ভাৰতৰ ভিড-১৯ বিৰোধী অভিযানক শক্তি প্ৰদান কৰিছে

https://pib.gov.in/PressReleseDetail.aspx?PRID=1610990

পৰ্যটন মন্ত্ৰালয়ে পৰ্যটন আৰু আতিথ্য খণ্ড সম্পৰ্কীয় উদ্যোগসমূহৰ সৈতে অনুষ্ঠিত কৰিলে ভাৰ্চুৱেল কনফাৰেন্স; https://pib.gov.in/PressReleseDetail.aspx?PRID=1611063

 

কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰীয়ে ভিডিঅকনফাৰেন্সৰ মাধ্যমেৰে বিভিন্ন বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু বিদ্যালয়ৰ মূৰব্বী, শিক্ষক আৰু শিক্ষাৰ্থীৰে ভিড-১৯ সন্দৰ্ভত মতবিনিময় কৰে

কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল নিশাংকে আজি এক ভিডিঅকনফাৰেন্সৰ মাধ্যমেৰে দেশৰ ভিন্ন প্ৰান্তৰ কেইবাখনো বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু বিদ্যালয়ৰ মূৰব্বী, শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে ৰনা ভাইৰাছৰ সংক্ৰমণ সন্দৰ্ভত মতবিনিময় কৰে৷

. https://pib.gov.in/PressReleseDetail.aspx?PRID=1610814

 

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰীয়ে নতুন দিল্লীত মুকলি কৰিলে এআইচিটিইৰ দ্বাৰা বিকশিত এমএইচআৰডি এআইচিটিই ভিড-১৯ ষ্টুডেণ্ট হেল্পলাইন ৰ্টেল

ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ আৰু ৰাষ্ট্ৰজোৰা লক্-ডাউনৰ পৰিপ্ৰেক্ষিতত কিছুমান শিক্ষাৰ্থীয়ে মহাবিদ্যালয় আৰু হোষ্টেল বন্ধ থকা হেতুকে সমস্যাৰ সন্মুখীন বলগীয়া হৈছে৷ তেনে ধৰণৰ শিক্ষাৰ্থীসকলক সহায় প্ৰদানৰ বাবে এআইচিটিইয়ে এমএইচআৰডি এআইচিটিই ভিড-১৯ ষ্টুডেণ্ট হেল্পলাইন ৰ্টেল শীৰ্ষক এক ৰ্টেল মুকলি কৰিছে৷ এই নতুন ৱেবছাইটটোৰ ইউআৰএল - https://helpline.aicte-india.org

https://pib.gov.in/PressReleseDetail.aspx?PRID=1610781

 

ভিড-১৯ সৃষ্টি কৰা জটিল পৰিস্থিতিৰে মোকাবিলা কৰা সন্দৰ্ভত বন্দৰৰ লগত জড়িতসকলৰ সৈতে শ্ৰী মনসুখ মাণ্ডব্যৰ ভিডিঅকনফাৰেন্সhttps://pib.gov.in/PressReleseDetail.aspx?PRID=1610772

 

ভিড-১৯ৰ সময়ত দুৰ্গতলৈ সহায়ৰ হাত নৌবহিনীৰ গোৱাস্থিত কৰ্তৃপক্ষৰ

https://pib.gov.in/PressReleseDetail.aspx?PRID=1610807

 

ৰোনা ভাইৰাছ (ভিড-১৯) বিৰুদ্ধে যুঁজৰ প্ৰতি সমৰ্থন অব্যাহত ৰাখিছে ভাৰতীয় বায়ু সেনা বাহিনীয়ে

https://pib.gov.in/PressReleseDetail.aspx?PRID=1610800

 

হেক দা ক্ৰাইছিছ-ইণ্ডিয়া, কভিড-১৯ ৰ বিৰুদ্ধে সংগ্ৰাম শক্তিশালী কৰাৰ প্ৰচেষ্টা অনলাইন হেকাথনৰ মাধ্যমেৰে মুকলি

https://pib.gov.in/PressReleseDetail.aspx?PRID=1610780

 

ডিএছটি বিত্তপোষিত ষ্টাৰ্ট-আপে ক’ভিড-১৯ক প্ৰতিহত কৰিবলৈ প্ৰস্তুত কৰিলে ৰসায়নমুক্ত ছিলভাৰযুক্ত বীজাণুনাশক

https://pib.gov.in/PressReleseDetail.aspx?PRID=1611066

 

নেচনেল ইন’ভেচন ফাউণ্ডেটচন- চেলেঞ্জ ভিড-১৯ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ উদ্ভাৱনী মানসিকতাৰ নাগৰিকক আহ্বান ভাৰতৰ

https://pib.gov.in/PressReleseDetail.aspx?PRID=1611069

 

#ক’ভিড১৯ৰ ফেক্ট চেক



(Release ID: 1611174) Visitor Counter : 142