তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

কাৰ্যকৰী হ’ল ক’ভিড-১৯ ফেক্ট চেক ইউনিট

प्रविष्टि तिथि: 02 APR 2020 2:13PM by PIB Guwahati

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনত প্ৰেছ ইনফৰমেচন ব্যুৰো(পিআইবি) এক ভিড-১৯ ফেক্ট চেক ইউনিট(এফচিইউ) স্থাপনৰ সিদ্ধান্ত লোৱা হৈছিল৷ ইউনিটটো আজিৰে পৰা কাৰ্যকৰী হৈছে৷ ইয়ে pibfactcheck[at]gmail[dot]com ইমেইলৰদ্বাৰা বাৰ্তাসমূহ সংগ্ৰহ কৰিব আৰু এক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত উত্তৰ আগবঢ়াব৷ ভিড-১৯ সম্পৰ্কীয় যিকোনো সংবাদৰ চৰকাৰী সংস্কৰণ এই ইউনিটত উপলব্ধ ব৷

ইউনিটটোৰ মূৰব্বী পিআইবিৰ সঞ্চালক প্ৰধান শ্ৰী নিতীন ৱাকানকাৰ৷

***

SS/MS


(रिलीज़ आईडी: 1610316) आगंतुक पटल : 160
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada