প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ক’ভিড-১৯ জৰুৰীকালীন পুঁজিলৈ আৰ্থিক সাহায্য আগবঢ়োৱা মালদ্বীপ চৰকাৰক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা
পোষ্ট কৰা হৈছে:
21 MAR 2020 8:39PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিড-১৯ জৰুৰীকালীন পুঁজিলৈ মালদ্বীৰ চৰকাৰে ২০০,০০০ আমেৰিকান ডলাৰ আৰ্থিক সাহায্য আগবঢ়োৱা বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে৷ তেওঁ কয় যে এই অৰিহণাই ক’ভিড-১৯ মহামাৰীক প্ৰতিহত কৰিবলৈ আমাৰ সংঘবদ্ধ যুদ্ধক শক্তিশালী কৰিব৷
****
VRRK/KP/MANN
(ৰিলিজ আই ডি : 1607862)
অতিথি কক্ষ : 168
ত এই ৰিলিজটো পঢ়ক:
English
,
Marathi
,
हिन्दी
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam