প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শাৰীৰিকভাৱে সক্ষম লোকৰ আন্তঃৰাষ্ট্ৰীয় দিৱসত প্ৰধানমন্ত্ৰীৰ বাৰ্তা

प्रविष्टि तिथि: 03 DEC 2019 1:36PM by PIB Guwahati

শাৰীৰিকভাৱে সক্ষম লোকৰ আন্তঃৰাষ্ট্ৰীয় দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ‘শাৰীৰিকভাৱে সক্ষম লোকৰ আন্তঃৰাষ্ট্ৰীয় দিৱস উপলক্ষে আজি আমি সকলোৱে আমাৰ দিব্যাংগ ভাই-ভনীসকলৰ বাবে এক সন্মিলিত, সুলভ আৰু ন্যায়সংগত ভৱিষ্যত গঢ়াৰ প্ৰতি নিজৰ দায়বদ্ধতাক পুনৰ এবাৰ স্মৰণ কৰিছো৷ বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ ধৈৰ্য, দৃঢ়তা আৰু সফলতাই আমাক অনুপ্ৰাণিত কৰে৷’

 

****

VRRK/KP/MS


(रिलीज़ आईडी: 1595121) आगंतुक पटल : 111
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam