প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জাৰ্মানীৰ চেঞ্চেলৰে ভাৰতলৈ ভ্ৰমণ কৰাৰ সময়ত স্বাক্ষৰিত হোৱা বুজাবুজিৰ চুক্তি/সন্ধিৰ তালিকা (১ নৱেম্বৰ ২০১৯)

प्रविष्टि तिथि: 01 NOV 2019 3:10PM by PIB Guwahati

ক্ৰমিক নং

শিৰোনাম

দল

বিনিময় কৰা হৈছে (ভাৰতীয় পক্ষ)

বিনিময় কৰা হৈছে (জাৰ্মানী পক্ষ)

২০২০-২০২৪ৰ সময়সীমাৰ বাবে ইণ্টেণ্ট অন কনছালটেচনৰ যুটীয়া ঘোষণাপত্ৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু জাৰ্মানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়

ডঃ এছ জয়শংকৰ, ইএএম

শ্ৰী হেইকো মাছ, বৈদেশিক মন্ত্ৰী

কৌশলগত প্ৰকল্পৰ সহযোগিতা ক্ষেত্ৰৰ বাবে যুটীয়া ঘোষণাপত্ৰ

ৰেলৱে মন্ত্ৰালয় (এমঅআৰ) আৰু অৰ্থনৈতিক পৰিক্ৰমা তথা শক্তি বিভাগৰ মন্ত্ৰী

শ্ৰী বিনোদ কুমাৰ যাদৱ, অধ্যক্ষ, ৰেলৱে বৰ্ড

শ্ৰী খ্ৰীষ্টিয়ান হাৰ্টে, সংসদীয় ৰাজ্যিক সচিব, অৰ্থনৈতিক পৰিক্ৰমা আৰু শক্তি মন্ত্ৰালয়

সেউজ চহৰ মবিলিটীৰ বাবে ইণ্ডো-জাৰ্মান সহযোগিতাৰ যুটীয়া ঘোষণা পত্ৰ

গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয় আৰু জাৰ্মান অৰ্থনৈতিক সহযোগিতা আৰু বিকাশ মন্ত্ৰালয়

শ্ৰী দুৰ্গা শংকৰ মিশ্ৰ, সচিব, গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

শ্ৰী নৰবাৰ্ট বাৰ্থলে, সংসদীয় ৰাজ্যিক সচিব, অৰ্থনৈতিক সহযোগিতা আৰু বিকাশ মন্ত্ৰালয়

কৃত্ৰিম বুদ্ধিমত্তাৰ গৱেষণা আৰু বিকাশৰ যৌথ সহযোগিতাৰ যুটীয়া ঘোষণাপত্ৰ

বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয় আৰু জাৰ্মান শিক্ষা আৰু গৱেষণা মন্ত্ৰালয়

অধ্যাপক আশুতোষ শৰ্মা, সচিব, এমএছটি

শ্ৰী অনজা কাৰ্লিকজেক, শিক্ষা আৰু গৱেষণা মন্ত্ৰালয়

সামুদ্ৰিক আৱৰ্জনা ৰোধ কৰাৰ সহযোগিতাৰ ক্ষেত্ৰত যুটীয়া ঘোষণাপত্ৰ

গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয় আৰু পৰিবেশ, প্ৰকৃতি সংৰক্ষণ আৰু নিউক্লিয়াৰ সুৰক্ষা মন্ত্ৰালয়

শ্ৰী দুৰ্গা শংকৰ মিশ্ৰ, সচিব, গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

শ্ৰী জকচেন ফ্লাশ্ববাৰ্থ, সংসদীয় ৰাজ্যিক সচিব, পৰিবেশ, প্ৰকৃতি সংৰক্ষণ আৰু নিউক্লিয়াৰ সুৰক্ষা মন্ত্ৰালয়

পাৰ্শ্বৱৰ্তী সময়ত স্বাক্ষৰিত হোৱা চুক্তিপত্ৰ/বুজাবুজিৰ চুক্তিপত্ৰৰ তালিকা

. ইছৰআৰু জাৰ্মান মহাকাশ কেন্দ্ৰৰ বিশেষজ্ঞ বিনিময়ৰ ব্যৱস্থা

. অসামৰিক বিমানখণ্ডত সহযোগিতাৰ যুটীয়া ঘোষণাপত্ৰ

. আন্তৰ্জাতিক স্মাৰ্ট চিটী নেটৱৰ্কৰ সহযোগিতাৰ ক্ষেত্ৰৰ যুটীয়া ঘোষণাপত্ৰ

. দক্ষতা উন্নয়ন আৰু কাৰিকৰী শিক্ষা আৰু প্ৰশিক্ষণৰ সহযোগিতাৰ বাবে যুটীয়া ঘোষণাপত্ৰ

. ষ্টাৰ্ট-আপৰ ক্ষেত্ৰত অৰ্থনৈতিক সহযোগিতা সৱলীকৰণৰ যুটীয়া ঘোষণাপত্ৰ

. কৃষিভিত্তিক বজাৰ বিকাশৰ দ্বিপাক্ষিক সহযোগিতামূলক প্ৰকল্পৰ যুটীয়া ঘোষণাপত্ৰ

. বৃত্তিগত ৰোগ, পুনৰ্বাসন আৰু বীমাকৃত ব্যক্তি তথা অক্ষম কৰ্মীৰ কাৰিকৰী প্ৰশিক্ষণৰ বুজাবুজিৰ চুক্তিপত্ৰ

. অন্তৰ্দেশীয়, বন্দৰ আৰু সামুদ্ৰিক প্ৰযুক্তিৰ সহযোগিতাৰ ক্ষেত্ৰত বুজাবুজিৰ চুক্তিপত্ৰ

. বৈজ্ঞানিক আৰু প্ৰযুক্তিগত গৱেষণা সহযোগিতাৰ প্ৰচাৰ, স্থাপন তথা প্ৰসাৰণৰ বাবে বুজাবুজিৰ চুক্তিপত্ৰ

১০. আয়ুৰ্বেদ, যোগ আৰু মেডিটেচনৰ শৈক্ষিক সহযোগিতা স্থাপনৰ বুজাবুজিৰ চুক্তিপত্ৰ

১১. উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভাৰত আৰু জাৰ্মানৰ সহযোগিতা সময়সীমা বৃদ্ধিৰ বাবে বুজাবুজিৰ চুক্তিপত্ৰ

১২. কৃষিভিত্তিক প্ৰযুক্তি আৰু পেছাগত প্ৰশিক্ষণৰ সহযোগিতাৰ বাবে নিয়েনবাৰ্গ চহৰত জাৰ্মানীৰ কৃষি শিক্ষা প্ৰতিষ্ঠান ডেউলা (DEULA)আৰু নেচনেল ইন্সটিটিউট অব্ এগ্ৰিকালটাৰেল এক্সটেনচন মেনেজমেণ্টৰ মাজত বুজাবুজিৰ চুক্তিপত্ৰ

১৩. বহনক্ষম বিকাশৰ দক্ষতাৰ বাবে ছিমেন্ছ লিমিটেড, ভাৰত আৰু এমএছডিই তথা জাৰ্মানীৰ অৰ্থনৈতিক সহযোগিতা আৰু বিকাশ মন্ত্ৰালয়ৰ মাজত যুটীয়া ঘোষণাপত্ৰ

১৪. উচ্চ শিক্ষাৰ ক্ষেত্ৰত ভাৰত-জাৰ্মান সহযোগিতাৰ প্ৰসাৰণৰ বুজাবুজিৰ চুক্তিপত্ৰ

১৫. ৰাষ্ট্ৰীয় সংগ্ৰহালয়, আধুনিক কলাৰ ৰাষ্ট্ৰীয় গেলেৰী, কলকাতাৰ ভাৰতীয় সংগ্ৰহালয়, প্ৰুছিয়ান কালচাৰেল হেৰিটেজ ফাউণ্ডেচন আৰু বাৰ্লিনাৰ স্কলছৰ ষ্টিফটাং হামবল্ড্ট ফৰামৰ মাজত সহযোগিতাৰ বুজাবুজিৰ চুক্তিপত্ৰ

১৬. অল ইণ্ডিয়া ফুটবল ফেডাৰেচন আৰু ডাচ্চ ফুটবল-বাণ্ড ই ভিৰ মাজৰ বুজাবুজিৰ চুক্তিপত্ৰ

১৭. ভাৰত-জাৰ্মান প্ৰব্ৰজন আৰু মবিলিটী পাৰ্টনাৰশ্বিপ চুক্তিৰ উপাদানসমূহৰ বিবৃতি

***

VRRK/KP/AK/MANN


(रिलीज़ आईडी: 1591422) आगंतुक पटल : 187
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Punjabi , Gujarati , Tamil , Kannada , Malayalam