কেবিনেট

ভাৰতৰ দ্বাৰা ফেনী নদীৰ পৰা ১.৮২ ঘন ছেমি পানী অপসাৰণৰ বাবে ভাৰত আৰু বাংলাদেশৰ মাজত হোৱা বুজাবুজিৰ চুক্তিপত্ৰত কেবিনেটৰ অনুমোদন প্ৰদান

प्रविष्टि तिथि: 06 NOV 2019 8:39PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ত্ৰিপুৰাৰ ছাব্ৰুম নগৰৰ খোৱা পানীৰ যোগান আঁচনিৰ

বাবে ফেনী নদীৰ পৰা ভাৰতে ১.৮২ ঘন ছেমি পানী অপসাৰণৰ কাৰ্য সন্দৰ্ভত ভাৰত আৰু বাংলাদেশৰ মাজত হোৱা

বুজাবুজিৰ চুক্তিপত্ৰত প্ৰাক্-প্ৰস্তাৱিত অনুমোদন প্ৰদান কৰিছে৷

লাভসমূহঃ

আজিৰ তাৰিখলৈ ভাৰত আৰু বাংলাদেশৰ মাজত ফেনী নদীৰ পানী ভাগ-বতোৱাৰাক লৈ কোনো ধৰণৰ চুক্তি সম্পন্ন

হোৱা নাই৷ ছাব্ৰুম চহৰৰ বৰ্তমানৰ পানী যোগানৰ ব্যৱস্থা পৰ্যাপ্ত নহয়৷ চহৰখনৰ ভূমি জলত আইৰণৰ উপস্থিতিয়ে

দেখা দিছে৷ এই আঁচনিৰ প্ৰণয়নৰ দ্বাৰা চহৰখনৰ ৭০০০ বাসিন্দা উপকৃত হব৷

 

***

VRRK/SC/SH/MANN


(रिलीज़ आईडी: 1590746) आगंतुक पटल : 90
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam