প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
'মেক ইন ইণ্ডিয়া'ৰ ১২ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আঁচনিখনৰ প্ৰভাৱৰ ওপৰত আলোকপাত প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
25 SEP 2026 11:15AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি 'মেক ইন ইণ্ডিয়া' আঁচনিৰ ১২ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এই পদক্ষেপৰ সাফল্যৰ ওপৰত আলোকপাত কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে এই পদক্ষেপৰ ফলত ভাৰতত অধিক উৎপাদন হোৱাৰ উপৰি অধিক বিনিয়োগ হৈছে তথা দেশৰ পৰা অধিক ৰপ্তানি হৈছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই পৰিৱৰ্তন সকলো খণ্ডতে দৃশ্যমান।
এক্সত প্ৰধানমন্ত্ৰীয়ে পোষ্ট কৰিছেঃ
"ভাৰতত অধিক নিৰ্মাণ হৈছে।
ভাৰতত অধিক বিনিয়োগ হৈছে।
ভাৰতৰ পৰা অধিক ৰপ্তানি হৈছে।
সকলো খণ্ডত দৃশ্যমান হৈছে এই পৰিৱৰ্তন!
#12YearsOfMakeInIndia"
****
MJPS/SS/PRK/DD
(ৰিলিজ আই ডি : 2314805)
অতিথি কক্ষ : 11
ত এই ৰিলিজটো পঢ়ক:
Marathi
,
Manipuri
,
Gujarati
,
Telugu
,
Kannada
,
Bengali
,
English
,
Urdu
,
हिन्दी
,
Punjabi
,
Tamil